• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতত জন্মদিনৰ ছুটী কটাবলৈ অহা ৰাছিয়াৰ পুটিন বিৰোধী আইন প্ৰণেতাৰ ৰহস্যজনক মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2022 3:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উৰিষ্যাত ৰহস্যজনকভাৱে মৃত্যু ঘটিছে ৰাছিয়াৰ এগৰাকী চহকী আইন প্ৰণেতাৰ। পাভেল এণ্টভ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ এজন তীব্ৰ সমালোচক। উৰিষ্যাৰ এখন হোটেলত ৰহস্যজনকভাৱে তেওঁৰ মৃত্যু হয়। প্ৰাথমিক তথ্য অনুসৰি, হোটেলৰ পৰা পৰি পাভেলৰ মৃত্যু হয়। কিন্তু তেওঁ হোটেলৰ পৰা কেনেকৈ পৰিছিল তাক লৈ বিভ্ৰান্তিৰ সৃষ্টি আছে।

জানিব পৰা মতে, পাভেল নিজৰ ৬৬ তম জন্মদিন উপলক্ষে উৰিষ্যাৰ ৰায়গড় অঞ্চলত ছুটী কটাবলৈ আহিছিল। তেওঁ তাত এখন হোটেলৰ পৰা পৰি তেওঁ কৰুণ  মৃত্যুক সাৱটিলে।

লগতে পঢ়ক: মৰাণত শিলাবৃষ্টি: নেটিজেনৰ চকুত উপভোগ্য, কৃষকৰ বিভীষিকা

Apply Now

স্থানীয় সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছিল যে তেওঁ খিৰিকীৰে জঁপিয়াই ছিল। অৱশ্যে, কলকাতাত ৰাছিয়াৰ কনচুল জেনেৰেল আলেক্সি ইডামকিনে ৰাছিয়াৰ সংবাদ সংস্থা টাছক কৈছে যে তেওঁ পাভেলৰ খিৰিকীৰ পৰা “পৰি গৈছিল’’। তেওঁ এইটোও দাবী কৰিছে যে আৰক্ষীয়ে মৃত্যুৰ আঁৰত একো অস্বাভাৱিক বিচাৰি পোৱা নাই। তেওঁ কয়,”আমি তদন্তৰ গতিবিধি ওচৰৰ পৰা অনুসৰণ কৰি আছো আৰু উৰিষ্যা আৰক্ষীৰ পৰা সকলো তথ্য লাভ কৰি আছো।‘’

পেভেলৰ মৃত্যুত শোক প্ৰকাশ কৰি আঞ্চলিক সংসদৰ উপাধ্যক্ষ বাচেস্লাভ কাৰ্তুখিনে তেওঁৰ টেলিগ্ৰাম চেনেলত কয়, “আমাৰ সহকৰ্মী, এজন সফল উদ্যোগী, সমাজসেৱক পাভেল এণ্টভৰ মৃত্যু হৈছে। ইউনাইটেড ৰাছিয়া ফেকশ্যনৰ ডেপুটিসকলৰ হৈ মই তেওঁৰ আত্মীয় আৰু বন্ধুবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।”

পাভেলৰ মৃত্যুৰ দুদিন পূৰ্বে তেওঁৰ দলৰ আন এজন সদস্যৰো ৰহস্যজনকভাৱে মৃত্যু হয়। ৬১ বছৰীয়া ভ্লাদিমিৰ বুদানোভৰ বৃহস্পতিবাৰে মৃত্যু হয়। এইটো দাবী কৰা হৈছে যে বুডনভৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। পাভেল আৰু তেওঁৰ দল পুটিন বিৰোধী বুলি জনা যায়। পাভেলে আনকি ইউক্ৰেইনৰ যুদ্ধৰ বিৰোধিতা কৰি এটা ব্লগ লিখিছিল। অৱশ্যে, চাপত পৰি তেওঁ তেওঁৰ ব্লগটো আঁতৰাই দিয়ে আৰু স্থিতি সলনি কৰাৰ কথা ঘোষণা কৰে। তেওঁ এই প’ষ্টটোৰ বাবে ক্ষমাও বিচাৰিছিল।

লগতে পঢ়ক: অব্যাহত ৰুছ-ইউক্ৰেইন যুদ্ধ: ৰাছিয়ান সামৰিক ঘাটিত ইউক্ৰেইনৰ ড্ৰ’ন আক্ৰমণ

পাভেলে তেওঁৰ ব্লগত ইউক্ৰেইনৰ যুদ্ধক ৰাছিয়াৰ “সন্ত্ৰাস” বুলি অভিহিত কৰিছিল। অৱশ্যে, পিছত তেওঁ নিজকে “পুটিনৰ সমৰ্থক” বুলি দাবী কৰে। কিন্তু ৰাছিয়াৰ সংবাদ মাধ্যমৰ একাংশই দাবী কৰে যে পাভেল সদায় পুটিন বিৰোধী আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

September 15, 2026 4:07 pm
উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

September 15, 2026 3:17 pm
২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

September 15, 2026 3:08 pm
উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

September 15, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

September 15, 2026 4:07 pm
উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

September 15, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd