• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিস্ফোৰক পুটিন! ‘তেওঁলোকে ভাৰতক লুটিছে…, ৰাছিয়াকো শাসন কৰিব বিচাৰে পশ্চিমীয়া বিশ্বই’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 1, 2022 7:19 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

western countries wanted to rob Russia পশ্চিমীয়া বিশ্বই ৰাছিয়াক ‘উপনিবেশ’লৈ পৰিণত কৰিব বিচাৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনেও এনে এক অভিযোগেই উত্থাপন কৰিছে। একে সময়তে তেওঁ কয়, ‘তেওঁলোকে ভাৰতৰ দৰে এখন দেশতো লুন্ঠনৰাজ চলাইছে। তেওঁলোকে আফ্ৰিকা, ভাৰত আৰু চীনক লুটিছে।’

শুকুৰবাৰে পুটিনে ইউক্ৰেইনৰ চাৰিটা অঞ্চল (ডনেটস্ক, জাপোৰিজিয়া, খেৰচন আৰু লুহানস্ক) ৰাছিয়াত অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰে। ক্ৰেমলিনে দাবী কৰিছে যে ৰাছিয়া জয়ী হোৱা অঞ্চলবোৰত গণভোটত তেওঁলোক জয়ী হৈছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে  শুকুৰবাৰে ৰাছিয়াৰ সৈতে চাৰিটা অঞ্চলৰ আনুষ্ঠানিক চামিলকৰণ অনুষ্ঠানত প্ৰদান কৰা তেওঁৰ ৩৭ মিনিটজোৰা ভাষণৰ বেছিভাগ সময়েই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু মিত্ৰশক্তিয়ে ৰাছিয়াত উপনিবেশ স্থাপনৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপনেৰে বক্তৱ্য ৰাখে।

Apply Now
ইউক্ৰেইনৰ চাৰিটা অঞ্চল ৰাছিয়াত চামিলকৰণৰ পিছত।

পুটিনে কয়, “তেওঁলোকে ভাৰতৰ দৰে এখন দেশত লুন্ঠনৰাজ চলাইছে। কিন্তু আমি আমাৰ দেশক পশ্চিমীয়া বিশ্বৰ উপনিবেশ হ’বলৈ দিয়া নাছিলো।”

তেওঁলোকে লগতে কয়, ‘’এতিয়া ৰাছিয়া আৰু ইৰাণ (আমেৰিকা যুক্তৰাষ্ট্ৰই পাৰমাণৱিক সম্পৰ্কীয় কাৰণত ইৰাণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে, যি ইৰাণৰ তেল বিক্ৰীৰ পথ অধিক সংকুচিত কৰিব), তাৰপিছতে পৰৱৰ্তী লক্ষ্য হ’ব আপোনালোক।‘’

অৱশ্যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন ক্ষান্ত হোৱা নাছিল। ১৮৫৭ চনত ভাৰতৰ চিপাহী বিদ্ৰোহ আৰু ১৮৪০ চনৰ ভিতৰত চীনৰ আফিম যুদ্ধৰ কথা উল্লেখ কৰি তেওঁ কয়, “তেওঁলোকে (পশ্চিমীয়া বিশ্বই) ভাৰত, আফ্ৰিকা, চীনক লুণ্ঠন কৰিছে…। তেওঁলোকে যি কৰিছিল তাৰ ফলস্বৰূপে, সমগ্ৰ দেশতে ড্ৰাগছ আৰু অন্যান্য সামগ্ৰীবোৰ ব্যাপকভাৱে বিয়পি পৰিছিল। তেওঁলোকে প্ৰকৃততে মানুহক বলি কৰিছিল। আমি গৌৰৱান্বিত যে আমি তেওঁলোকক আন কোনো দেশ লুণ্ঠন কৰিবলৈ অনুমতি দিয়া নাই।‘’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd