DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰত ছাগলী গিলি থকা অৱস্থাত অজগৰ উদ্ধাৰ (ভিডিঅ’ আছে)

কামাখ্যা সংৰক্ষিত বনাঞ্চলত অজগৰটো মুকলি কৰি দিয়া হয়

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
September 7, 2018 10:59 pm
Kaliabor_Python

উদ্ধাৰ কৰা অজগৰটো আৰু অজগৰটোৱে গিলি মাৰি পেলোৱা ছাগলীটো।

503
VIEWS
Share on FacebookShare on Twitter

আজি কলিয়াবৰত ১২ ফুটৰো বেছি দীঘল এটা অজগৰ ধৰি বনত মেলিলে স্থানীয় যুৱকে। অজগৰ সাপটোৱে গাঁওখনৰ ভাস্কৰ ৰাজখোৱাৰ পামঘৰত এটা ছাগলী ধৰি খাই থকাৰ সময়তে গৰাকীৰ চকুত পৰে। ছাগলীটো আধা গিলা অৱস্থাত অজগৰটো দেখি তেওঁ চিঞৰ-বাখৰ কৰি স্থানীয় লোকক খবৰ দিয়ে।

স্থানীয় লোকে সাপ ধৰাত বিশেষ পাৰ্গতালি থকা শিলঘাটৰ প্ৰকৃতিপ্ৰেমী যুৱক সঞ্জীৱ ডেকাক ফোন কৰি খবৰ দিয়ে। সঞ্জীৱ ডেকাই দীৰ্ঘদনৰ অভিজ্ঞতাৰ সহায়ত অজগৰটো ধৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে সঞ্জীৱ ডেকা আহি পোৱালৈকে অজগৰটোৱে ছাগলীটো আধা গিলিছিল যদিও তেওঁ সাপটোৰ মুখৰ পৰা ছাগলী উলিয়াবলৈ সক্ষম হয়। অৱশ্যে ছাগলীটোৰ মৃত্যু হয়।

পৰৱৰ্তী সময়ত সঞ্জীৱ ডেকাই শিলঘাটৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলত অজগৰটো মুকলি কৰি দিয়ে।

আনহাতে সাপ ধৰাত পাকৈত সঞ্জীৱে আজিয়েই আন এডাল বাঁকৰাজ সাপ উদ্ধাৰ কৰে। কলিয়াবৰৰ মাউত গাঁওৰ লিলি গগৈ নামৰ এঘৰৰ আলমাৰিৰ পৰা উদ্ধাৰ কৰা সেই সাপটোও একেলগে শিলঘাটৰ কামাখ্যা  সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে।

কলিয়াবৰৰ প্ৰকৃতিপ্ৰেমী যুৱক সঞ্জীৱ ডেকাই ২০০০ চনৰ পৰাই এনেদৰে বিভিন্ন ধৰণৰ সাপ ধৰি সাপকো উদ্ধাৰ কৰিছে আৰু লগতে বহু পৰিয়ালক বিপদৰ পৰা ৰক্ষা কৰিছে। তেওঁ আজি উদ্ধাৰ কৰা এই অজগৰডালকে ধৰি মুঠ ৫৯ডাল কেৱল অজগৰেই উদ্ধাৰ কৰিছে।

Recent News

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd