• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত প্ৰবৰ্তন কৰা হ’ব QR ভিত্তিক ড্ৰাইভিং লাইচেঞ্চ, বাহন পঞ্জীয়ন প্ৰমাণপত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 21, 2022 11:26 am
QR driving licences
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত শীঘ্ৰেই প্ৰবৰ্তন কৰা হ’ব QR ক’ড সংলগ্ন থকা বাহন পঞ্জীয়ন প্ৰমাণপত্ৰ (আৰচি) আৰু ড্ৰাইভিং লাইচেঞ্চ। ৰাজ্যৰ পৰিবহন বিভাগে ইতিমধ্যে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ঘোষণা কৰিছে।

পৰিবহণ বিভাগৰ সচিব আদিল খানে জানিবলৈ দিয়া মতে পথ পৰিবহণ মন্ত্ৰালয়ৰ অধিসূচনা অনুসৰি প্ৰচলিত চিপ-আধাৰিত স্মাৰ্ট কাৰ্ডৰ সলনি QR ক’ড সংলগ্ন পঞ্জীয়ন প্ৰমাণপত্ৰ আৰু ড্ৰাইভিং লাইচেঞ্চ কাৰ্ড জাৰী কৰাৰ বাবে এক নতুন ব্যৱস্থা প্ৰবৰ্তন কৰা হৈছে।

Apply Now

খানে লগতে কয় যে এই নতুন ব্যৱস্থা প্ৰবৰ্তনৰ পিছত কাগজপত্ৰ দাখিল, মাচুল পৰিশোধ আৰু মুদ্ৰিত ড্ৰাইভিং লাইচেঞ্চ/আৰচি সংগ্ৰহ কৰাৰ বাবে কোনো ব্যক্তিয়ে এতিয়া জিলা পৰিবহন কাৰ্যালয়লৈ বাৰে বাৰে গৈ থকাৰ প্ৰয়োজন নাথাকিব।

ৰাজহুৱা পৰিবহণ আৰু ব্যক্তিগত বাহন- দুয়োটাৰ পঞ্জীয়নৰ বাবে পৰিবহন বিভাগৰ দ্বাৰা অটোমোবাইল ডিলাৰক পঞ্জীয়ন কৰ্তৃপক্ষৰ ক্ষমতা প্ৰদান কৰা হৈছে আৰু ডিলাৰসমূহে আধাৰ প্ৰমাণীকৰণৰ জৰিয়তে গ্ৰাহকসকলক বাহন বিক্ৰী কৰাৰ সময়ত আৰ.চি প্ৰিণ্ট কৰিব পাৰে।

এতিয়া QR ক’ড সংলগ্ন নতুন আৰ.চিত গিলোচ পেটাৰ্ণ, মাইক্ৰ’ লাইন, ৱাটাৰমাৰ্ক, আৰু হলোগ্ৰামৰ অতিৰিক্ত সুৰক্ষা সুবিধা যোগ দিয়া হ’ব বুলি পৰিবহণ সচিব আদিল খানে কয়।

তেওঁ লগতে উল্লেখ কৰা মতে এজন ব্যক্তিয়ে ড্ৰাইভিং পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ড্ৰাইভিং লাইচেঞ্চ অনাৰ বাবে এতিয়া ডিটিঅ’ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাথাকিব, তিনিৰ পৰা পাঁচ দিনৰ ভিতৰত ডাকযোগে ব্যক্তি গৰাকীলৈ লাইচেঞ্চ প্ৰেৰণ কৰা হ’ব।

খানে লগতে কয় যে QR ক’ড সংলগ্ন ড্ৰাইভিং লাইচেঞ্চৰ ফলত যিকোনো ট্ৰেফিক কৰ্মচাৰী বা আইন প্ৰৱৰ্তনকাৰী সংস্থাই QR ক’ড স্কেন কৰি লাইচেঞ্চৰ পৰীক্ষণ সহজে কৰিব পাৰিব। লগতে ইয়াৰ দ্বাৰা নকলৰ সম্ভাৱনা নাইকিয়া হ’ব বুলিও তেওঁ মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am
তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd