• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কুইন্সলেণ্ডত যুৱতীৰ নৃশংস হত্যাৰ অপৰাধত অভিযুক্ত ভাৰতীয় ৰাজৱিন্দৰ সিঙক যাৱজ্জীৱন কাৰাদণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 9, 2025 11:21 am
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অষ্ট্ৰিলয়াৰ কুইন্সলেণ্ডত ২৪ বছৰীয়া যুৱতী টয়াহ কৰ্ডিংলিক হত্যাত দোষী সাব্যস্ত হোৱা হত্যাকাৰী ভাৰতীয় ৰাজৱিন্দৰ সিঙক মঙলবাৰে ২৫ বছৰৰ নন-পেৰ’লৰ সৈতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে।

৪১ বছৰীয়া সিঙে সাত বছৰ পূৰ্বে সুদূৰ উত্তৰ কুইন্সলেণ্ডৰ ৱাংগেট্টি বিচত কৰ্ডিংলিক ছুৰীৰে হানি খুচি হত্যা কৰাৰ পিছত ভাৰতলৈ পলায়ন কৰে আৰু চাৰি বছৰ আত্মগোপন কৰি থাকে।

Apply Now

২০১৮ চনৰ ২১ অক্টোবৰত নৃশংস হত্যাৰ বলি হোৱাৰ সময়ত কৰ্ডিংলিয়ে নিজৰ কুকুৰ ইণ্ডীৰ সৈতে সাগৰৰ পাৰত ব্যায়াম কৰি আছিল।

তেওঁৰ উদ্বিগ্ন পিতৃ ট্ৰয় কৰ্ডিংলীয়ে ঘৰলৈ উভতিব নহাৰ পিছত কন্যাক বিচাৰি ওলাই যোৱাৰ সময়ত মৃতদেহটো বালিৰ তলত পুতি থোৱা অৱস্থাত আৱিষ্কাৰ কৰে।

কুকুৰটোক কোনো ক্ষতি নোহোৱাকৈ প্ৰায় ৩০ মিটাৰ দূৰত গছত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয়।

প্ৰাক্তন নাৰ্ছ সিঙক ভাৰতৰ পৰা প্ৰত্যাৰ্পণ কৰি ২০২২ চনত হত্যাৰ অভিযোগ উত্থাপন কৰা হৈছিল। তেওঁ এই অভিযোগত নিজকে দোষী নহয় বুলি দাবী কৰিছিল।

সোমবাৰে কেয়াৰ্নছত চাৰি সপ্তাহজোৰা পুনৰ বিচাৰৰ অন্তত জুৰীয়ে সৰ্বসন্মতিক্ৰমে দোষী সাব্যস্ত কৰিবলৈ প্ৰায় সাত ঘণ্টা সময় লৈছিল।

আদালতত দাখিল কৰা প্ৰমাণৰ ভিতৰত আছিল ফোন ৰেকৰ্ড, ডি এন এৰ নমুনা, চিচিটিভি আৰু ট্ৰেফিক কেমেৰাৰ ফুটেজৰ লগতে সিঙৰ নীলা আলফা ৰোমিঅ’ গাড়ীৰ গতিবিধি।

টয়াহৰ ফোনটোত কেয়াৰ্নছৰ মাজেৰে দক্ষিণ দিশলৈ যোৱা একেটা পথতে আৰক্ষীয়ে সিঙৰ গাড়ীখন চিচিটিভিত সাগৰৰ পাৰৰ পৰা ওলাই অহাৰ তথ্য লাভ কৰে।

আদালতে শুনানি গ্ৰহণ কৰি কয় যে সিঙে হত্যাকাণ্ডৰ পিছদিনা পৰিয়ালক এৰি অষ্ট্ৰেলিয়াৰ পৰা ভাৰতলৈ গুচি আহিছিল আৰু চাৰি বছৰতকৈও অধিক সময়ৰ পাছত নতুন দিল্লীত গ্ৰেপ্তাৰ নোহোৱালৈকে তেওঁলোকৰ সৈতে যোগাযোগ কৰা নাছিল।

ৰায়দান কৰাৰ পিছত আদালতৰ বাহিৰত টয়াহৰ পিতৃয়ে কয় যে আজিৰ ৰায়দানে এক প্ৰকাৰৰ ন্যায় প্ৰদান কৰিলে, কিন্তু আমাৰ বাবে প্ৰকৃত ন্যায় কেতিয়াও হ’ব নোৱাৰে।

“আমি এতিয়া টয়াহ অবিহনে এখন পৃথিৱীত বাস কৰোঁ, আৰু তাৰ বাবেই ই অধিক ম্ৰিয়মান ঠাই। টয়াহ আমাৰ হৃদয়ত আৰু আন বহুতৰ হৃদয়ত সদায় সজীৱ হৈ থাকিব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

October 14, 2026 6:04 pm
এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm
জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

October 14, 2026 4:40 pm
আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

October 14, 2026 3:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

October 14, 2026 6:04 pm
এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd