• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পি কে দত্ত,দিবন ডেকাক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত আগনাবাঢ়ে তদন্ত! সংবাদমেলত কি ক’লে আৰক্ষীৰ শীৰ্ষ বিষয়াই?

ৰৌ বৰালি সাৰি যাব, জালত পৰিব নেকি কেৱল পুঠি খলিহনা?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 28, 2020 1:58 pm
unnamed
642
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য জোকাৰি যোৱা অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰি সন্দৰ্ভত  আজি আৰক্ষী সঞ্চালক প্ৰধান  ভাস্কৰজ্যোতি মহন্তই এক সংবাদমেলৰ আয়োজন কৰে।

সংবাদমেলত আৰক্ষী মহাপৰিদৰ্শক  (চি আই ডি) সুৰেন্দ্ৰ সিঙৰ লগতে আৰক্ষী আয়ুক্ত প্ৰসাদ গুপ্তাও উপস্থিত থাকে।

প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত মন্তব্য কৰি  আৰক্ষী মহাপৰিদৰ্শক  (চি আই ডি) সুৰেন্দ্ৰ সিঙে কয় যে দিবন ডেকা আৰু পি কে দত্তক গ্ৰেপ্তাৰ কৰাৰ পিছতহে সমগ্ৰ ঘটনাটোৰ তথ্য উদ্ঘাটন কৰিব পৰা যাব।

এতিয়ালৈকে এই ঘটনা সন্দৰ্ভত চি আই  ডিয়ে ৪ জন লোকক গ্ৰেপ্তাৰ কৰা বুলি তেওঁ সদৰী কৰে।

সিঙে লগতে কয় যে বিভিন্ন জিলাত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।পি কে দত্তৰ হোটেলৰ একোটা কোঠাত দুজনকৈ পৰীক্ষাৰ্থী আছিল আৰু তেওঁলোকে ২০ ছেপ্তেম্বৰত তাৰ পৰা ওলাই গৈছিল।

সংবাদমেলত  আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি  মহন্তই সমগ্ৰ ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়াত সংবাদ মাধ্যমৰ পৰাও ইতিবাচক সঁহাৰি কামনা কৰে।

তেওঁ  অসম আৰক্ষীয়ে বিভিন্ন দিশত পাৰদৰ্শীতাৰ প্ৰমাম দিবলৈ সক্ষম হোৱা বুলিও প্ৰকাশ কৰে।

ইপিনে আৰক্ষীৰ নিযুক্তি কেলেংকাৰিত জৰিত বুলি অভিযোগ উঠা দিবন ডেকাক চি আই ডিয়ে হাততে পায়ো এৰি দিয়াৰ বিষয়টোকলৈ বিভিন্ন জনৰ মনত সন্দেহৰ উদ্ৰেক ঘটাইছে।

পৰীক্ষা আছিল আৰক্ষীৰ , প্ৰশ্ন কাকত প্ৰস্তুত কৰা হৈছিল আৰক্ষীৰ তত্বাৱধানত,ফাদিলো কৰিছিল প্ৰাক্তন  আৰক্ষী বিষয়াই আৰু এতিয়া অভিযোগৰো তদন্ত কৰিছে আৰক্ষীয়েই।

গতিকে এই তদন্তৰ ফলাফল কি হ’ব তাকে লৈয়ো এতিয়া বিভিন্ন জনে প্ৰশ্ন উত্থাপন কৰিবলৈ লৈছে।

মূৰকত গৈ সমগ্ৰ তদন্তই ফুটুকাৰ ফেনত পৰিণত হব পাৰে বুলি বহুতে আশংকা ব্যক্ত কৰিছে।

বহুতৰে সন্দেহ—ৰৌ বৰালি সাৰি যাব, জালত পৰিব কেৱল পুঠি খলিহনা।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd