• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাস উপলক্ষে মাজুলীত স্থানীয় বন্ধ ঘোষণা

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , November 9, 2019 7:16 pm

1 min read

Web site Majuli Raas festival: Local holiday declared in Majuli

মাজুলীৰ ৰাস মহোৎসৱ বিষয়ক ৱেবচাইট মুকলি

1.2k
VIEWS
Share on FacebookShare on Twitter

মাজুলীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱ উপলক্ষে অহা ১১ নৱেম্বৰৰ দিনটো মাজুলী জিলাৰ বাবে প্ৰযোজ্য হোৱাকৈ ‘স্থানীয় বন্ধ’ৰ দিন ঘোষণা কৰিছে জিলাৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে।

ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰদত্ত কৰ্তৃত্বৰ আধাৰত উপায়ুক্তগৰাকীয়ে আজি এই সম্পৰ্কীয় এক আদেশ জাৰি কৰে।

এই আদেশ অনুসৰি অহা সোমবাৰৰ দিনা মাজুলী জিলাত থকা অসম চৰকাৰৰ অধীনৰ সকলো চৰকাৰী কাৰ্যালয়, আদালত, শিক্ষানুষ্ঠান, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান-নিকায়, বেংক প্ৰতিষ্ঠান বন্ধ থাকিব।

তদুপৰি, এন আই এক্টৰ অধীনত জিলাখনৰ সকলোধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ ক্ষেত্ৰতো এই স্থানীয় বন্ধ প্ৰযোজ্য হ’ব।

উল্লেখ্য যে, বিগত বছৰসমূহৰ দৰে এইবাৰো মাজুলীৰ বিভিন্ন সত্ৰৰ লগতে গাঁৱৰ ৰাসমঞ্চসমূহত অহা ১১ নৱেম্বৰৰ পৰা ভগৱান শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আয়োজন কৰা হৈছে।

বেছি সংখ্যক ৰাসমঞ্চতে অহা ১৩ নৱেম্বৰলৈকে তিনিদিনীয়াকৈ ৰাসৰ আয়োজন কৰা হৈছে যদিও উত্তৰ কমলাবাৰী সত্ৰত পাঁচদিনীয়া কাৰ্যসূচীৰে অহা ১৫ নৱেম্বৰলৈ ৰাস উৎসৱ চলিব।

আনহাতে একাধিক ৰাস আয়োজক সমিতিয়ে ১৩ নৱেম্বৰত বিৰতি দি পুনৰ ১৪ নৱেম্বৰত অন্তিম নিশাৰ ৰাসলীলা মঞ্চায়নৰ ব্যৱস্থা কৰিছে।

Recent News

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd