• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকসভা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীক সমৰ্থন ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিৰ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
April 13, 2019 6:38 am
Panchayat-elections-750x375-1140x570

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক দ্বিতীয় আৰু তৃতীয় পৰ্য্যায়ত অনুষ্ঠিত হ’ব লগা সপ্তদশ লোকসভা নিৰ্বাচনত বিজেপি-বিপিএফ-অগপ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক সমৰ্থন জনাইছে ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিয়ে। ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিৰ সভাপতি বলেন ৰাভাই প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত এই কথা জানিবলৈ দিছে।

বিবৃতিটোত উল্লেখ কৰা মতে দ্বিতীয় আৰু তৃতীয় পৰ্য্যায়ত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনত আন আন লোকসভা সমষ্টিৰ লগতে ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফ-বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মক পূৰ্ণ সমৰ্থন জনাইছে ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিয়ে।

Apply Now

বলেন ৰাভাই বিবৃতিটোত অতি ক্ষোভেৰে কয় যে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ ভিতৰত ৰাভা জনগোষ্ঠী অন্যতম খিলঞ্জীয়া জনগোষ্ঠী হোৱা স্বত্তেও স্বাধীনতাৰ ৭০ বছৰৰো অধিক কাল অইন জাতি-জনগোষ্ঠীৰ তুলনাত পিছ পৰি ৰৈছে। অসমৰ প্ৰায় প্ৰতিখন চৰকাৰেই ৰাভা জাতিটোক প্ৰতাৰণা কৰি অহা বুলি উল্লেখ কৰি কয় যে স্বাধীনতাৰ পিছত অধিক সময় কংগ্ৰেছ দলে শাসন চলাইছিল যদিও চৰকাৰখনে ৰাভা জনগোষ্ঠীক বিশ্বাসঘাকতা কৰাৰ বাহিৰে আন একো নকৰিলে।

বিগত ২০১৫ চনত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰখনে অসমৰ প্ৰায় কেইটা জনগোষ্ঠীৰ উন্নয়ন পৰিষদ গঠন কৰাৰ বিপৰীতে ৰাভাসকলৰ উন্নয়নৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠন নকৰিলে। কংগ্ৰেছ চৰকাৰখনে ৰাভাসকলক বাৰে বাৰে কৰা প্ৰতাৰণাৰ এইয়া এক জ্বলন্ত উদাহৰণ বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।

তদুপৰি, ৰাভাই এই বুলিও উল্লেখ কৰে যে সুদীৰ্ঘ সময় ৰাভা সকলৰ আন্দোলনৰ ফলশ্ৰুতিত ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদ গঠন কৰা হ’ল যদিও চক্ৰান্তমূলক ভাবে পৰিষদখন সংবিধানৰ ষষ্ঠ অনুসূচীৰ পৰা আঁতৰত ৰখা হ’ল।

ৰাভাই লগতে কয় যে ৰাভা ভাষা সংবিধানত অন্তৰ্ভুক্ত কৰি ভাৰতীয় ভাষা হিচাবে স্বীকৃতি প্ৰদান, ৰাভা ভাষাৰ শিক্ষক নিযুক্তি, ৰাভা ভাষাৰ প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে পূৰ্বৰ চৰকাৰ বোৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। সেই বাবেই আজিৰ সমাজত ৰাভা জাতিটো অতি পিছপৰা, লাঞ্চিত, বঞ্চিত তথা নিষ্পেষিত হিচাবে পৰিচিত।

তেওঁ কয় যে ইয়াৰ বিপৰীতে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ খনে প্ৰতিটো জাতি-জনগোষ্ঠীক সম-মৰ্য্যদা আৰু সম-উন্নয়নেৰে আগবঢ়াই নিয়াৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত সোণোৱাল চৰকাৰ খনৰ দ্বাৰা ৰাভা জনগোষ্ঠীটো বঞ্চিত নহ’ব বুলি ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিয়ে বিশ্বাসত লৈছে।

বলেন ৰাভাই উল্লেখ কৰা মতে ৰাভা উন্নয়ন পৰিষদ গঠনৰ যাবতীয় কাম চৰকাৰে প্ৰায় সম্পূৰ্ণ কৰি তুলিছে আৰু ৰাভা সকলৰ সমস্যা সমূহ সমাধান কৰাৰ বাবেও যোগাত্মক দৃষ্টিভংগীৰে পদক্ষেপ গ্ৰহণ কৰিছে।

ৰাজ্য চৰকাৰৰ এই পদক্ষেপক ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিয়ে আদৰণি জনাইছে বুলি উল্লেখ কৰি বিটিএডিৰ চাৰিওখন জিলাৰ অন্তৰ্গত ৰাভা অধ্যুষিত অঞ্চলৰ বিভিন্ন প্ৰাথমিক বিদ্যালয়ত ৰাভা ভাষাৰ একোজনকৈ শিক্ষক নিযুক্তি দিয়াৰ বাবে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে গ্ৰহণ কৰা পদক্ষেপকো ভুয়সী প্ৰশংসা কৰিছে সভাপতি ৰাভাই।

ৰাজ্য চৰকাৰৰ লগতে বিটিচি প্ৰশাসনৰ এনে ইতিবাচক পদক্ষেপৰ বাবে আৰু ভাৰতবৰ্ষত এখন ভ্ৰষ্টাচাৰ মুক্ত চৰকাৰ গঠনৰ স্বাৰ্থত ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থীক পূৰ্ণ সমৰ্থন আগবঢ়াইছে বুলি বলেন ৰাভাই প্ৰেছ বিবৃতিটোত উল্লেখ কৰে।

Tags: নিৰ্বাচন ২০১৯
দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd