• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত দুই ভগ্নীৰ ৰহস্যজনক মৃত্যুৰ CID ৰ তদন্ত ঘোষণা, CBI ৰ তদন্তৰ দাবী ৰাভা ছাত্ৰ সন্থাৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
June 14, 2021 7:58 pm
kgg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰত দুই ভগ্নীৰ ৰহস্যজনক মৃত্যুৰ ৰহস্য অব্যাহত আছে| অসম আৰক্ষীয়ে তীব্রতৰ অভিযান আৰু তদন্ত অব্যাহত ৰাখিছে আৰু CID আৰু ফৰেনচিকৰ দলেও পৃথক পৃথককৈ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে |

দেওবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অভয়াখুটিত দুজনী কিশোৰীৰ মৃত্যুৰ পৰিস্থিতিৰ বুজ লোৱাৰ পিছত তদন্ত প্ৰক্ৰিয়া দ্ৰুত গতিত আগবাঢ়িছে।

Apply Now

ইতিমধ্যে আজি Assam State Commission for protection of Child Rights (ASCPCR) ৰ অধ্যক্ষ ডঃ ছুনিতা চাংকাকতিয়েও দুৰ্ভগীয়া পৰিয়ালটোক সাক্ষাৎ কৰে |

সোমবাৰলৈ কোকৰাঝাৰ আৰক্ষীয়ে এই সংক্ৰান্তত ৭ গৰাকীক গ্ৰেপ্তাৰ কৰিছে | তথাপি ফাদিল কৰিব পৰা নাই দুই কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ সম্পূৰ্ণ ৰহস্য।

আনফালে সদৌ ৰাভা ছাত্ৰ সন্থাৰ সহ সাধাৰণ সম্পাদক দীপাংকৰ ৰাভাই এই ঘটনাৰ চি বি আইৰ তদন্তৰ দাবী তুলিছে |

উল্লেখযোগ্য যে কোকৰাঝাৰ চহৰৰ পৰা ১৫ কিলোমিটাৰ নিলগত অৱস্থিত অভয়াখুটি গাওঁত এজোপা আমগছৰ একেটা ডালত দুই কিশোৰী ৰবিথা ৰাভা আৰু সমাইনা ৰাভাৰ চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হৈছিল যোৱা শুকুৰবাৰ দিনা |

ইয়াৰ পিছতে সমগ্ৰ খনতে জিলাতে চাঞ্চল্যৰ সৃষ্টি হৈছিল |

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৩ কোটি টকাৰ উৎকোচৰ বৃহৎ কেলেংকাৰী: চিবিআইৰ জালত আই পি এছ বিষয়া দীপক গেহলৱাট

৩ কোটি টকাৰ উৎকোচৰ বৃহৎ কেলেংকাৰী: চিবিআইৰ জালত আই পি এছ বিষয়া দীপক গেহলৱাট

July 1, 2026 7:27 pm
তৃণমূল সাংসদ মহুৱা মৈত্ৰলৈ কণী আৰু বেঙেনা নিক্ষেপ : ফেচবুকত লাইভ কৰি ক্ষোভ প্ৰকাশ

তৃণমূল সাংসদ মহুৱা মৈত্ৰলৈ কণী আৰু বেঙেনা নিক্ষেপ : ফেচবুকত লাইভ কৰি ক্ষোভ প্ৰকাশ

July 1, 2026 6:40 pm
প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

July 1, 2026 5:55 pm
কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

July 1, 2026 5:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩ কোটি টকাৰ উৎকোচৰ বৃহৎ কেলেংকাৰী: চিবিআইৰ জালত আই পি এছ বিষয়া দীপক গেহলৱাট

৩ কোটি টকাৰ উৎকোচৰ বৃহৎ কেলেংকাৰী: চিবিআইৰ জালত আই পি এছ বিষয়া দীপক গেহলৱাট

July 1, 2026 7:27 pm
তৃণমূল সাংসদ মহুৱা মৈত্ৰলৈ কণী আৰু বেঙেনা নিক্ষেপ : ফেচবুকত লাইভ কৰি ক্ষোভ প্ৰকাশ

তৃণমূল সাংসদ মহুৱা মৈত্ৰলৈ কণী আৰু বেঙেনা নিক্ষেপ : ফেচবুকত লাইভ কৰি ক্ষোভ প্ৰকাশ

July 1, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd