• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহাজোঁটৰ চৰকাৰ হ’লে সকলো জাতিৰ বাবে গঠন কৰা হব উন্নয়ন পৰিষদ: ৰবিৰাম নাৰ্জাৰী

২ মে’ ত দিছপুৰত হাগ্ৰামা ইন, হিমন্ত আউট

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
April 1, 2021 5:06 pm
Kokrajhar news

বিন্নাচৰাত অনুষ্ঠিত মহাজোঁটৰ নিৰ্বাচনী প্ৰচাৰ সভা। ফটো: নৰ্থইষ্ট নাও।

455
VIEWS
Share on FacebookShare on Twitter

এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ হ’লে সকলো জাতিৰ বাবে উন্নয়ন পৰিষদ গঠন কৰা হব বুলি ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীয়ে আজি এখন নিৰ্বাচনী সভাত কয়।

সমষ্টিটোৰ বিন্নাচৰাত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমেলে কয় যে এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ হব।

তেওঁ আৰু কয় যে মহাজোঁটৰ চৰকাৰ হ’লে পাঁচ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়াৰ উপৰি বেচৰকাৰী খণ্ডত আৰু ২৫ লাখ চাকৰিৰ ব্যৱস্থা কৰা হব।

হিমন্ত বিশ্ব ৰ্শমাই সাম্প্ৰদায়িক বিষবাস্প বিয়পাই যি ৰাজনীতি কৰিব বিচাৰিছে সেয়া সফল নহব। পেট্ৰল ডিজেলকে ধৰি অত্যাৱসীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি হৈছে এইখন চৰকাৰৰ দিনত। ৰাইজ অতিষ্ঠ হৈ পৰিছে। গতিকে এইবাৰ হিমন্তৰ ভেল্কি বাজি নচলিব বুলিও আজমলে জসভাত কয়।

সভাত উপস্থিত হৈ হাগ্ৰামা মহিলাৰীয়ে হিমন্ত বিশ্ব ৰ্শমাক আক্ৰমণৰ লক্ষ্য কৰি লয়। অহা দুই মে’ত বিজেপিৰ শ্ৰাদ্ধ কৰা হব আৰু হাগ্ৰামা মহিলাৰী দিছপুৰত ইন হব আৰু হিমন্ত আউট হব।

হিমন্তক ঢাকাৰ মিউজিয়ামত ৰখা হব বুলি তীৰ্যক মন্তব্য কৰে মহিলাৰীয়ে।

Tags: Assam Election

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd