DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতীয় বায়ুসেনা বাহিনীত অন্তৰ্ভূক্ত হ’ল ‘বিউটি এণ্ড বিষ্ট’ ৰাফেল যুদ্ধ বিমান

এন ই নাও নিউজ by এন ই নাও নিউজ
September 10, 2020 2:47 pm
bim
3.7k
VIEWS
Share on FacebookShare on Twitter

অৱশেষত দীৰ্ঘ অপেক্ষাৰ অন্ত পৰিল।ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি আনুষ্ঠানিক ভাবে ভাৰতীয় বায়ুসেনা বাহিনীৰ হাতত অৰ্পন কৰে ‘বিউটি এণ্ড বিষ্ট’ হিচাবে পৰিচিত ৫ খন ৰাফেল যুদ্ধ বিমান।

চীনৰ সৈতে ভাৰতৰ সংঘাত চলি থকাৰ সময়তে হাৰিয়ানাৰ আম্বালাৰ বিমান ঘাটিত ৰখা ৫ খন ৰাফেল বিমানৰ ইণ্ডাকছন স্ক্ৰল  প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে বায়ুসেনাৰ ১৭ স্কোৱাড্ৰনৰ কেপ্তেইন হৰকীৰট সিঙৰ হাতত অৰ্পন কৰে।

Ambala: Defence Minister Rajnath Singh presents induction scroll of Rafale fighter jets to Group Captain Harkeerat Singh, Commanding Officer, 17 Squadron 'Golden Arrows' of the Indian Air Force pic.twitter.com/Vb19HhyPqt

— ANI (@ANI) September 10, 2020

বায়ুসেনাত ৰাফেল বিমানৰ অন্তৰ্ভূক্তি কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে এই বিমানৰ অন্তৰ্ভূক্তিয়ে ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰখনক অধিক শক্তিশালী কৰি তুলিব।

তেওঁ লগতে কয় যে ৰাফেল বিমানে ভাৰত আৰু ফ্ৰান্সৰ বন্ধুত্ব আৰু অধিক মজবুত কৰি তুলিব।

সৰ্বধৰ্ম প্ৰাৰ্থনাৰে আৰম্ভ হোৱা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী ফ্লোৰেন্স পাৰ্ল,চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটৰ লগতে প্ৰতিৰক্ষা বিভাগৰ বহু শীৰ্ষ বিষয়া।

উল্লেখ্য ‘বিউটি এণ্ড বিষ্ট’ হিচাবে জনাজাত ৰাফেল যুদ্ধ বিমান ভাৰতৰ বায়ুসেনা বাহিনীৰ পাইলটে ফ্ৰান্সৰ পৰা উৰুৱাই আনিছিল।

যুদ্ধক্ষেত্ৰত শত্ৰু পক্ষৰ ওপৰত চিলাৰ দৰে জঁপিয়াই পৰিব পৰা এই বিমান কেইখন ফ্ৰান্সৰ পৰা উৰুৱাই আনে ভাৰতীয় বায়ু সেনাৰ ১২ গৰাকী পাইলটে।

২৮ জুলাইত বিমান কেইখন আহি উপস্থিত হয় সংযুক্ত আৰৱ গণ ৰাজ্যৰ অল ডাৰফাৰ বিমান বন্দৰত।

২৯ জুলাইত ৭ হাজাৰ কিলোমিটাৰ আকাশী পথ অতিক্ৰমি  ভাৰতৰ হাৰিয়ানাৰ আম্বালা বিমান ঘাটিত আহি উপস্থিত হয় যুদ্ধ বিমান কেইখন। ৰাফেল বিমানৰ অন্তৰ্ভূক্তিয়ে  নিঃসন্দেহে শক্তিশালী কৰি তুলিব দেশৰ বায়ুসেনা বাহিনীক।

Recent News

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd