• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অপেক্ষাৰ অৱসান! কিংবদন্তি দ্ৰাবিড়ৰ পুত্ৰ এইবাৰ দেশৰ জাৰ্চিত; অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে নিৰ্বাচিত ছমিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 31, 2024 3:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্দান্ত ক্ৰিকেট খেলাৰ বাবে স্কুল আৰু জুনিয়ৰ পৰ্যায়ত বাৰে বাৰে তেওঁৰ নাম চৰ্চালৈ আহিছে। কোৱা হৈছে ছমিত দ্ৰাবিড়ৰ কথা! উপাধিটোৱেই কয় যে তেওঁৰ লগত কোন জড়িত। ঠিকেই বুজিছে। কিংবদন্তি ক্ৰিকেটাৰ তথা ভাৰতৰ টি-২০ বিশ্বকাপ বিজয়ী দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ ছমিত। কথাতে আছে ‘বাপেক চাই পুতেক’।

তেনে পিতৃৰ পুত্ৰই এইবাৰ জাতীয় দলত প্ৰৱেশ কৰিলে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক ভাৰতৰ ১৯ বছৰ অনুৰ্ধৰ মাল্টি ফৰ্মেট শৃংখলাৰ বাবে ছমিত নিৰ্বাচিত হৈছে। এদিনীয়া আৰু চাৰিদিনীয়া শৃংখলাৰ বাবে দুটা বেলেগ বেলেগ দলত আছে ছমিতৰ নাম। এই শৃংখলাত তিনিখন পঞ্চাশ অভাৰৰ মেচ আৰু দুখন চাৰিদিনীয়া মেচ অনুষ্ঠিত হ’ব। পুডুচেৰীত এদিনীয়া আৰু চেন্নাইত চাৰিদিনীয়া শৃংখলা অনুষ্ঠিত হ’ব। এদিনীয়া দলটোৰ নেতৃত্ব দিব উত্তৰ প্ৰদেশৰ মহম্মদ অমনে আৰু চাৰিদিনীয়া শৃংখলাৰ অধিনায়ক হ’ব মধ্যপ্ৰদেশৰ সোহম পটৱৰ্ধনে।

ছমিত এজন পেচ বলিং অলৰাউণ্ডাৰ। বৰ্তমান তেওঁ নিজৰ গৃহ ৰাজ্য বেংগালুৰুত চলি থকা ASCA Maharaja T20 Trophy খেলি আছে। এতিয়ালৈকে তেওঁ ৭টা ইনিংছত সৰ্বোচ্চ ৩৩ ৰানকে ধৰি মুঠ ৮২ ৰান সংগ্ৰহ কৰিছে। কিন্তু ছমিতে বলিং কৰা নাই।

Apply Now

অৱশ্যে চলিত বৰ্ষৰ আৰম্ভণিতে কোচবেহাৰ ট্ৰফীত ছমিতে ভাল প্ৰদৰ্শন আগবঢ়াইছিল। প্ৰথমবাৰৰ বাবে কৰ্ণাটকক খিতাপ দখল কৰাত সহায় কৰাত ছমিতে যথেষ্ট বৰঙণি আগবঢ়াছিল। ১৮ বছৰীয়া ছমিতে ৮খন মেচত ৩৬২ ৰান সংগ্ৰহ কৰে। জম্মু-কাশ্মীৰৰ বিৰুদ্ধে তেওঁৰ ৯৮ ৰানৰ ইনিংছটো আছিল দৰ্শনীয়। ছমিতে বলিঙেৰেও টুৰ্ণামেণ্টত ছাপ পেলাইছিল। য’ত তেওঁ ১৬টা উইকেট দখল কৰিছিল। মুম্বাইৰ বিৰুদ্ধে ফাইনেলত তেওঁ ২টা উইকেট দখল কৰিছিল।

এদিনীয়া শৃংখলাৰ বাবে ভাৰতৰ দলটো : ৰুদ্ৰ পেটেল (উপ অধিনায়ক) (জিচিএ), চাহিল পৰখ (এমএইচচিএ), কাৰ্তিকেয় কেপি (কেএছচিএ), মহম্মদ অমন (অধিনায়ক) (ইউপিচিএ), কিৰণ চোৰমলে (এমএইচচিএ), অভিজ্ঞান কুণ্ডু (উইকেটকীপাৰ) ( এমচিএ ), হৰবংশ সিং পাংগলিয়া (উইকেটকীপাৰ) (এছচিএ), ছমিত দ্ৰাবিড় (এএছচিএ), যুধাজিৎ গুহ (চিএবি), সমৰ্থ এন (কেএছচিএ), নিখিল কুমাৰ (ইউটিচিএ), চেতন শৰ্মা (আৰচিএ), হাৰ্দিক ৰাজ (এএছচিএ), ৰোহিত ৰাজাৱত (এমপিচিএ), মহম্মদ এনান (কেচিএ)

চাৰিদিনীয়া শৃংখলাৰ বাবে ভাৰতৰ দলটো : বৈভৱ সূৰ্য্যবংশী (বিহাৰ চি এ), নিত্য পাণ্ডিয়া (বিচিএ), বিহান মালহোত্ৰা (উপ অধিনায়ক) (পিচিএ), সোহম পটৱৰ্ধন (অধিনায়ক) (এমপিচিএ), কাৰ্তিকেয় কেপি (কেএছচিএ), ছমিত দ্ৰাবিড় ( কে এছ চি এ) , অভিজ্ঞান কুণ্ডু (উইকেটকীপাৰ) (এম চি এ), হৰবংশ সিং পাংগলিয়া (উইকেটকীপাৰ) (এছ চি এ), চেতন শৰ্মা (আৰ চি এ), সমৰ্থ এন (কে এছ চি এ), আদিত্য ৰাৱাট (চি এ ইউ), নিখিল কুমাৰ (ই টি চি এ), আনমোলজিৎ সিং (পি চি এ), আদিত্য সিং (ইউপিচিএ), মহম্মদ এনান (কেচিএ)। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am
দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am
মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

July 24, 2026 8:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am
দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd