• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

‘প্ৰধানমন্ত্ৰীয়ে সুৰক্ষা দিছে’, উৎকোচ গোচৰত জড়িত আদানিক গ্ৰেপ্তাৰৰ দাবী ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 21, 2024 1:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উৎকোচ গোচৰত জড়িত হৈ পৰাৰ পিছতে ৰাহুল গান্ধীয়ে উদ্যোগপতি গৌতম আদানিক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে। নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে পোনপটীয়া অভিযোগ উত্থাপন কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে আদানিক সুৰক্ষা দিছে।

আমেৰিকাত গৌতম আদানিকে ধৰি ৭জনৰ বিৰুদ্ধে উৎকোচ আৰু কোটি কোটি টকাৰ আৰ্থিক প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগক লৈ তোলপাৰ  আৰম্ভ হোৱাৰ পিছতে বৃহস্পতিবাৰে দুপৰীয়া সংবাদ মাধ্যমৰ সন্মুখীন হয় ৰাহুলে।

Apply Now

সংবাদমেলত লোকসভাৰ বিৰোধী নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী আৰু আদানিক আক্ৰমণ কৰে। তেওঁ কয়, মোডী আৰু আদানি দুয়োজনেই দুৰ্নীতিগ্ৰস্ত। আজিয়েই আদানিক গ্ৰেপ্তাৰ কৰি জেৰা কৰা উচিত। কিন্তু আদানিক গ্ৰেপ্তাৰ কৰাৰ ক্ষমতা প্ৰধানমন্ত্ৰীৰ নাই। কাৰণ তেওঁ নিজেই আদানিৰ নিয়ন্ত্ৰণত আছে। লগতে ৰাহুলে এই বিষয়ত সংসদৰ আগন্তুক শীতকালীন অধিৱেশনত কংগ্ৰেছে সৰৱ হ’ব বুলিও কয়।

ৰাহুলে আদানিৰ বিৰুদ্ধে ভাৰতক ‘হাইজেক’ কৰা আৰু ১০০০ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগো উত্থাপন কৰে। এনে পৰিপ্ৰেক্ষিতত ৰায়ে বৰেলীৰ কংগ্ৰেছৰ সাংসদগৰাকীয়ে ‘দুৰ্নীতিগ্ৰস্ত’ আদানিক সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপন কৰি ছেবি প্ৰধান মাধৱী পুৰী বুচৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে।

শেহতীয়াকৈ আমেৰিকাৰ এজেন্সী হিণ্ডেনবাৰ্গে অভিযোগ উত্থাপন কৰিছে যে আদানিৰ ধন বিদেশলৈ ডাইভাৰ্ট কৰাত ছেবিৰ মুৰব্বী মাধৱী আৰু তেওঁৰ স্বামী ধবাল বুচ জড়িত আছিল। ইয়াৰ পিছতে দেশৰ বিৰোধী দলসমূহে এই বিষয়ত তদন্তৰ দাবী জনায়।

ভাৰতত সৌৰ প্ৰকল্পৰ বাবে ভাৰত চৰকাৰৰ বিষয়াক ২২৩৭ কোটি টকাৰ উৎকোচ দিয়াৰ অভিযোগ উঠিছে আদানিৰ বিৰুদ্ধে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গৌতম আৰু তেওঁৰ ভতিজাক সাগৰ আদানি দুয়োৰে বিৰুদ্ধে আমেৰিকা প্ৰশাসনে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। আদানিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আদানি গ্ৰুপে ভাৰতৰ সৌৰ শক্তি প্ৰকল্পৰ বাবে চৰকাৰী বিষয়াক প্ৰায় ২২৩৭ কোটি উৎকোচ দিয়াৰ প্ৰস্তাৱ দিছিল, যিটো প্ৰকল্পৰ পৰা ২০ বছৰত ২০০ বিলিয়ন ডলাৰ উপাৰ্জন হোৱাৰ সম্ভাৱনা আছে।

উৎকোচ গোচৰত গৌতম আদানিৰ ভতিজাক সাগৰো জড়িত। ইয়াৰ বাহিৰেও সেই তালিকাত আৰু বহুতৰ নাম সংযোজন হৈছে। ভাৰতৰ সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্পৰ বাবে ভাৰতীয় বিষয়াক বিপুল পৰিমাণৰ ধনেৰে উৎকোচ দিয়াৰ অভিযোগ গৌতম আদানিকে ধৰি ৭জনৰ বিৰুদ্ধে। প্ৰাথমিক সূত্ৰই জনোৱা মতে, নিউয়ৰ্কৰ ইষ্টাৰ্ণ ডিষ্ট্ৰিক্টত উৎকোচৰ প্ৰস্তাৱ দিয়া হৈছে। আৰু সেইবাবেই আমেৰিকাৰ ব্ৰুকলিন ফেডাৰেল আদালত হৈছে গোচৰটো।

নিউয়ৰ্কৰ ইষ্টাৰ্ণ ডিষ্ট্ৰিক্টৰ আমেৰিকাৰ এটৰ্নী অফিচে জাৰি কৰা জাননীত আদানি আৰু আন ছয়জন লোকে ভাৰত চৰকাৰৰ বিষয়াক ২,২৩৭ কোটিতকৈও অধিক মূল্যৰ উৎকোচ দিয়াৰ লগতে বিনিয়োগকাৰী আৰু বেংকক ভুৱা তথ্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। আন ছয় অভিযুক্তৰ ভিতৰত আছে আদানি গ্ৰীণ এনাৰ্জি লিমিটেডৰ চিইঅ’ বিনীত জৈন, ৰঞ্জিত গুপ্তা, ৰুমনপেশ আগৰৱাল, অষ্ট্ৰেলিয়া আৰু ফ্ৰান্সৰ নাগৰিক চাইৰিল কেবানেছ, সৌৰভ আগৰৱালা আৰু দীপক মালহোত্ৰা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd