• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডীৰ বাবে ৮ হাজাৰ কোটিটকীয়া বিমান ,সেনাৰ বাবে নন-বুলেটপ্ৰুফ বাহন কিয়? ৰাহুলৰ প্ৰশ্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
October 10, 2020 4:59 pm
Rahul_Gandhi_
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰ্কিন ৰাষ্ট্ৰপতিয়ে ব্যৱহাৰ কৰাৰ দৰেই প্ৰায় একে ধৰণৰ অতি সুৰক্ষিত বিমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবেও আমদানি কৰাৰ বিষয়ত আজি কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে পুনৰবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

টুইটাৰত এখন নন-বুলেটপ্ৰুফ বাহনেৰে যাত্ৰা কৰা কেইগৰাকীমান সেনাৰ কথোপকথনৰ এটা ভিডিঅ’ প্ৰকাশ কৰি ৰাহুলে প্ৰশ্ন কৰে যে যিটো সময়ত দেশৰ সুৰক্ষাৰ বাবে নিয়োজিত সেনাক নন-বুলেটপ্ৰুফ বাহনেৰে সীমান্তলৈ পঠোৱা হৈছে সেই সময়তে প্ৰধান মন্ত্ৰী মোডীৰ বাবে ৮ হাজাৰ ৪০০ কোটিটকীয়া বিমান কিয় আমদানি কৰা হল?

Apply Now

हमारे जवानों को नॉन-बुलेट प्रूफ़ ट्रकों में शहीद होने भेजा जा रहा है और PM के लिए 8400 करोड़ के हवाई जहाज़!

क्या यह न्याय है? pic.twitter.com/iu5iYWVBfE

— Rahul Gandhi (@RahulGandhi) October 10, 2020

ৰাহুলে প্ৰকাশ কৰা সেনাৰ ভিডিঅ’টোত কেইজনমান সেনাই তেওঁলোকক নন-বুলেটপ্ৰুফ বাহনেৰে যাত্ৰা কৰিবলৈ দিয়াৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে।

ৰাহুলে কয় যে সীমান্তত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সেনাৰ জোৱানসকলে প্ৰচণ্ড শীতৰ মাজতো কৰ্তব্য পালন কৰি আহিছে।

এনেক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে কেৱল নিজৰ সুৰক্ষাৰ কথা চিন্তা কৰি বিদেশৰ পৰা ৮ হাজাৰ কোটিটকীয়া বিমান আনিছে।

পঞ্জাৱত ৰাহুল গান্ধীয়ে ট্ৰেক্টৰৰ কুছনত বহাকলৈ বিজেপিয়ে কৰা সমালোচনাৰ উত্তৰ দি ৰাহুল গান্ধীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে যদি কৰদাতাৰ ধনেৰে ক্ৰয় কৰা ৮ হাজাৰ কোটিটকীয়া বিমানত উঠিব পাৰে তেন্তে তেওঁ ট্ৰেক্টৰৰ কুছনত বহাত আপত্তি ক’ত?

উল্লেখ্য প্ৰধানমন্ত্ৰী মোডীৰ বাবে শেহতীয়াকৈ বিদেশৰ পৰা দুখন অত্যাধুনিক বিমান অনা হৈছে।

এই বিমানত সংযুক্ত প্ৰযুক্তিয়ে আনকি শত্ৰুই মাৰি পঠিওৱা মিছাইলো ওফৰাই দিব পাৰে।

ইয়াত থকা ছেল্ফ প্ৰটেকছন ছ্যুটে সকলো বিপদৰ পৰা বিমানৰ আৰোহীক ৰক্ষা কৰিব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd