• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশ আৰু সংবিধান ৰক্ষাৰ বাবে বিৰোধীৰ মাজত ঐক্যৰ আহ্বান ৰাহুল গান্ধীৰ! ‘ভোট চুৰি’কলৈও সৰৱ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2026 7:36 am
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ মাজত কোনো সংঘাত নহয়, এতিয়া একত্ৰিত হোৱাৰ সময়। বিজেপিৰ বিৰুদ্ধে মিত্ৰজোঁটৰ অংশীদাৰসকলৰ মাজত ঐক্যৰ আহ্বান জনাইছে ৰাহুল গান্ধীয়ে। দিল্লীত ইণ্ডিয়া মিত্ৰজোঁটৰ উচ্চ পৰ্যায়ৰ বৈঠকত তেওঁ পোন্ধৰ মিনিটৰ ভাষণ দিয়া দেখা গৈছিল। তাত তেওঁ দাবী কৰে যে বিজেপিক পৰাস্ত কৰাটো কঠিন নহয়। ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছ নেতাগৰাকীয়ে ‘ভোট চুৰি’ সন্দৰ্ভতো সৰৱ হয়।

সোমবাৰৰ পৰা দিল্লীৰ কনষ্টিটিউচন ক্লাবত আৰম্ভ হয় মিত্ৰতাৰ বৈঠক। য’ত ২৩ টা দলৰ বিৰোধী দলৰ নেতা আৰু তেওঁলোকৰ প্ৰতিনিধি উপস্থিত আছিল। বৈঠকত এছ আই আৰ আৰু ভোটাৰ তালিকাক লৈ জালিয়াতিৰ অভিযোগৰ বিষয়ো উত্থাপন হয়। এই বিষয়সমূহৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰি মিত্ৰজোঁটে আনুষ্ঠানিকভাৱে মুখ্য ন্যায়াধীশৰ ওচৰত আবেদন দাখিল কৰাৰ ক্ষেত্ৰত একমতত উপনীত হয়।

Apply Now

ইয়াৰ পিছত ৰাহুলে ভাষণ দিওঁতে মিত্ৰজোঁটৰ অংশীদাৰসকলক সকীয়াই দিয়ে যে কোনেও ইজনে সিজনক তললৈ টানিবলৈ চেষ্টা নকৰে। বৰঞ্চ বিজেপিৰ বিৰুদ্ধে থিয় দিবলৈ একত্ৰিত হোৱাৰ প্ৰয়োজন। কাৰণ দেশ আৰু সংবিধান বচাব লাগে।

একে সময়তে হতাশা প্ৰকাশ কৰি তেওঁ কয় যে বহু মিত্ৰজোঁটৰ অংশীদাৰে ভোট চুৰিৰ দৰে বিষয়ত একেলগে প্ৰতিবাদ কৰা নাছিল। তেওঁ লগতে অভিযোগ কৰে যে মিত্ৰজোঁটৰ একাংশ অংশীদাৰে কংগ্ৰেছক যিদৰে লক্ষ্য কৰি লৈছে, সেইটোৱে মিত্ৰজোঁটৰ জোঁটধৰ্মকে ক্ষতিগ্ৰস্ত কৰিছে।

ইফালে সোমবাৰে ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ অন্তত মল্লিকাৰ্জুন খাৰ্গে কয় যে এই বৈঠকত যুৱক-যুৱতী, প্ৰতিষ্ঠানিক অখণ্ডতা আৰু এক বহনক্ষম যৌথ বিৰোধী মিত্ৰতাক গুৰুত্ব দিয়া হৈছে। এতিয়াৰে পৰা প্ৰতি দুমাহৰ মূৰে মূৰে মিত্ৰজোঁটৰ সদস্যসকলে বৈঠকত মিলিত হৈ ৰাষ্ট্ৰীয় ৰাজনীতি পৰ্যালোচনা কৰি ভৱিষ্যতৰ কৌশলৰ সিদ্ধান্ত ল’ব।

অহা ৮ আগষ্টত ইণ্ডিয়া মিত্ৰজোঁটৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত হ’ব। লক্ষনীয় যে সংসদৰ অধিৱেশন আহি আছে। শাসকীয় দল বিজেপিৰ বিৰুদ্ধে একত্ৰিতভাৱে কৌশল নিৰ্ধাৰণ কৰা হ’ব বুলি দাবী কৰিছে কংগ্ৰেছ সভাপতিগৰাকীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd