• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

সংবাদমেলত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বুকু চপৰিয়াই কৰা বিভিন্ন ৰাজনৈতিক বাৰ্তাৰ কথা মনত পেলাই দি নিৰ্বাচন আয়োগৰ ভূমিকা আৰু শাসকীয় দলৰ নিৰ্বাচনী সফলতাৰ ৰসায়নক লৈ প্ৰশ্ন উত্থাপন কৰে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 24, 2026 7:20 pm
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এছ আই আৰ (SIR) সন্দৰ্ভত দুয়োগৰাকী নিৰ্বাচনী আয়ুক্তৰ লিখিত আপত্তি আৰু ক্ষোভক আওকাণ কৰাৰ বিষয়টো পোহৰলৈ অহাৰ লগে লগে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কেন্দ্ৰ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে আক্ৰমণত সৰৱ হৈ পৰিছে।

বৃহস্পতিবাৰে ৰাজধানীত এক বিশেষ সংবাদমেল আহ্বান কৰি তেওঁ অভিযোগ কৰে যে দেশত অনৈতিকভাৱে ‘ভোট চুৰি হৈছে’, যাৰ বাবে সাংসদসকলে প্ৰস্তুত কৰা আইনসমূহৰ বৈধতাক লৈয়েই প্ৰশ্ন উত্থাপন হৈছে।

ৰাহুলে পোনপটীয়াকৈ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক ‘দেশদ্ৰোহী’ বুলি অভিহিত কৰি তেওঁৰ পদত্যাগ দাবী কৰে। একে সময়তে তেওঁ কঠোৰ সকীয়নি দি কয় যে আমাৰ চকুৰ সন্মুখত ভাৰতীয় গণতন্ত্ৰক ‘ধ্বংস’ হোৱাটো চাই কংগ্ৰেছে অলসভাৱে বহি নাথাকে।

Apply Now

সংবাদমেলত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বুকু চপৰিয়াই কৰা বিভিন্ন ৰাজনৈতিক বাৰ্তাৰ কথা মনত পেলাই দি নিৰ্বাচন আয়োগৰ ভূমিকা আৰু শাসকীয় দলৰ নিৰ্বাচনী সফলতাৰ ৰসায়নক লৈ প্ৰশ্ন উত্থাপন কৰে। মোডী-শ্বাহে বিভিন্ন সময়ত দাবী কৰিছিল যে আগন্তুক ৩০ বছৰলৈ বিজেপি ক্ষমতাত থাকিব বা ২০২৪ চনৰ লোকসভা নিৰ্বাচনত এন ডি এয়ে ৪০০ আসন অতিক্ৰম কৰিব।

কংগ্ৰেছ সাংসদগৰাকীয়ে কয় যে গণতন্ত্ৰত ‘প্ৰতিষ্ঠান বিৰোধী ঢৌ’ নামৰ এক স্বাভাৱিক ৰাজনৈতিক বাস্তৱতা আছে, যিটো কম বেছি পৰিমাণে প্ৰতিখন চৰকাৰৰ বিৰুদ্ধে সৃষ্টি হয়। এই ঢৌৰ মাজতো শাসকীয় দলৰ শীৰ্ষ নেতাসকলে কেনেকৈ নিশ্চিত হ’ব পাৰে যে তেওঁলোকেই জয়ী হ’ব?

ৰাহুল গান্ধীয়ে তেওঁৰ যুক্তিৰ সমৰ্থনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ইতিহাসৰ উল্লেখ কৰে। তেওঁ কয়, ‘’১৯৭১ চনৰ বাংলাদেশ যুদ্ধত ঐতিহাসিক বিজয়ৰ পিছত যেতিয়া ইন্দিৰা গান্ধীয়ে জনপ্ৰিয়তাৰ শীৰ্ষত আছিল, তেতিয়া তেওঁৱো দুবছৰমানৰ ভিতৰতে তীব্ৰ প্রতিষ্ঠাবিৰোধী আৱেগ আৰু জনৰোষৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ কিন্তু কোনো এক ৰহস্যজনক কাৰণত প্ৰধানমন্ত্ৰী মোডী, অমিত শ্বাহ বা বিজেপিৰ ক্ষেত্ৰত সেই নিয়ম এতিয়া প্ৰযোজ্য নহয়!’’

হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত শেহতীয়া ৰাজনৈতিক সমীকৰণৰ উদাহৰণ দি ৰাহুলে আৰু কয়, যোৱা ৫০ বছৰ ধৰি হাৰিয়ানাত নিয়মীয়াকৈ ক্ষমতাৰ পৰিৱৰ্তন ঘটিছে, কিন্তু হঠাৎ তাতেই প্ৰতিষ্ঠান বিৰোধী ঢৌ নাইকিয়া হৈ গ’ল!

মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যতো একেই পৰিৱৰ্তন দেখা গৈছে (য’ত আগতে সমাজবাদী পাৰ্টি আৰু বহুজন সমাজ পাৰ্টিৰ মাজত ক্ষমতাৰ পৰিৱৰ্তন হৈছিল)। বিৰোধী নেতাগৰাকীৰ ভাষাত, “কাৰোবাৰ ব্যক্তিগত জনপ্ৰিয়তা বা চৰকাৰৰ কাম-কাজ আমি বুজিব পাৰো। কিন্তু ভোটগণনাৰ সময়ৰ পৰা এই প্ৰতিষ্ঠান বিৰোধী ঢৌ কেনেকৈ নাইকিয়া হৈ গৈছে – ভোট চুৰিৰ বাহিৰে ইয়াৰ আন কোনো উত্তৰ থাকিব নোৱাৰে।”

 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd