• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ শলঠেকত আদানী! ১০০ কোটি ডলাৰ সৰবৰাহৰ অভিযোগ; জেপিচিৰ দাবী ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 31, 2023 7:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অ’চিচিআৰপি (অৰ্গেনাইজ্ড ক্ৰাইম এণ্ড ক’ৰাপছন ৰিপ’ৰ্টিং প্ৰজেক্ট) ৰ প্ৰকাশিত প্ৰতিবেদন সন্মুখত ৰাখি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আদানী গ্ৰুপৰ বিৰুদ্ধে চলালে তীব্ৰ আক্ৰমণ। গৌতম আদানীৰ সৈতে নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠতাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ উপৰিও কংগ্ৰেছ নেতাগৰাকীয়ে গৌতম আদানীৰ পৰিয়ালৰ সদস্য বিনোদ আদানীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে। ৰাহুলৰ প্ৰশ্ন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিয় নিজৰ ঘনিষ্ঠ উদ্যোগপতি গৌতম আদানীক অঁতৰাই ৰাখিছে?

মুম্বাইত বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ বৈঠকৰ পূৰ্বে বৃহস্পতিবাৰে এই বিষয়ত সংবাদমেল অনুষ্ঠিত কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। তাতে তেওঁ আদানী গোটৰ বিৰুদ্ধে যুটীয়া সংসদীয় সমিতিৰ তদন্তৰ দাবী উত্থাপন কৰে।

লগতে পঢ়ক: বিশ্বত এইটো প্ৰথম! ব্ৰিটেইনত কেন্সাৰ ৰোগৰ চিকিৎসাৰ বাবে ‘৭ মিনিটৰ বেজী’

Apply Now

কংগ্ৰেছ নেতাজনে অভিযোগ কৰি কয় যে, “গৌতম আদানীৰ কোম্পানীৰ জৰিয়তে এই দেশৰ পৰা বিদেশলৈ ১০০ কোটি ডলাৰ চোৰাংকৈ সৰবৰাহ কৰা হৈছে। গৌতম আদানীয়ে শ্বেয়াৰ বজাৰত কোম্পানীটোৰ প্ৰকৃত মূল্যতকৈ অধিক মূল্য দেখুৱাই বৃহৎ আৰ্থিক প্ৰতাৰণা কৰিছে। আৰু, সেই ধনেই তেওঁ দেশৰ বিমানবন্দৰকে ধৰি বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰিছে। এই সকলোবোৰৰ পিছতো গৌতম আদানীয়ে কিয় ৰেহাই পাইছে?”

ৰাহুলৰ প্ৰশ্ন, “আদানীৰ কোম্পানীৰ জৰিয়তে চীন আৰু বিদেশী নাগৰিকক ভাৰতীয় বজাৰ নিয়ন্ত্ৰণ কৰাৰ সুযোগ কিয় দিয়া হৈছে?”

তদন্তকাৰীৰ সৈতে আদানীৰ ঘনিষ্ঠতাৰ কথা উল্লেখ কৰি ৰাহুলে অভিযোগ কৰে যে, “আদানীক ক্লীন চিট দিয়া ছেবিৰ বিষয়াজন এতিয়া আদানীৰ কোম্পানীৰ সঞ্চালক! মোডীৰ সৈতে আদানীৰ কি সম্পৰ্ক? ইডি-চিবিআইয়ে আদানীৰ বিৰুদ্ধে কিয় তদন্ত কৰা নাই? য’ত দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰশ্নটো জড়িত হৈ আছে, তাত কিয় জেপিচিৰ তদন্ত নহ’ব?”

ইয়াৰ পূৰ্বে সংসদতো মোডী-আদানীৰ সম্পৰ্ক বা ঘনিষ্ঠতাৰ অভিযোগ উত্থাপন কৰি সৰৱ হৈছিল ৰাহুল গান্ধী। প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণত আদানীৰ অংশগ্ৰহণ, দেশৰ বন্দৰ আৰু বিমানবন্দৰ আদানী গোটক গতাই দিয়াৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল। গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ পৰাই মোদীয়ে বাৰে বাৰে আদানী গোটক সুবিধা প্ৰদান কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰি আহিছে কংগ্ৰেছ নেতাগৰাকীয়ে।

লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ৰ নামতো ভুৱা ৱেবচাইট, চুৰি হৈছে ব্যক্তিগত তথ্য! সতৰ্ক কৰিলে শীৰ্ষ আদালতে

ৰাহুলৰ পোনপটীয়া কথা, আনকি বিদেশী সংবাদ মাধ্যমেও আদানীৰ সৈতে মোডীৰ ঘনিষ্ঠতাৰ বহু কথা কৈছে। ৰাহুলে কয়, ‘’শ্বেয়াৰ বজাৰত কোম্পানীটোৰ মূল্য বৃদ্ধি বঢ়াই দেখুৱাই দেশৰ অৰ্থনীতিৰ ক্ষতি কৰা হৈছে। আনহাতে, দেশত জি-২০ সন্মিলনৰ আয়োজন কৰা হৈছে। তেনে সময়তে, আকৌ সেই দেশৰ ভাবমূর্তি নষ্ট কৰা হৈছে৷ দেশৰ পৰা যি ১০০ কোটি ডলাৰ সৰবৰাহ হৈছে, সেই টকা কাৰ?’’

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

August 12, 2026 3:17 pm
৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

August 12, 2026 3:17 pm
৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd