DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাহুল গান্ধীয়ে প্ৰতিৰক্ষা বৈঠকত অংশগ্ৰহণ নকৰে কিন্তু দেশৰ মনোবল হ্ৰাস কৰা প্ৰচেষ্টা অব্যাহত ৰাখিছে : জে পি নড্ডা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 6, 2020 5:48 pm
ফটো নৰ্থ-ইষ্ট নাও

ফটো নৰ্থ-ইষ্ট নাও

2.2k
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰৰ মনোবল হ্ৰাস কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি সমালোচনা কৰে।

‘‘ৰাহুল গান্ধীয়ে প্ৰতিৰক্ষা বিভাগৰ কাৰ্য্যকৰী সমিতিৰ এখনো বৈঠকত অংশগ্ৰহণ কৰা নাই কিন্তু সেনা বাহিনীৰ সামৰ্থ্যৰ ওপৰত প্ৰশ্ন কৰে যিটো এজন ভাল নেতাই কৰিব নাপায়,’’ জে পি নড্ডাই ৰাহুল গান্ধীক কটাক্ষ কৰি কয়।

বিগত লোকসভা নিৰ্বাচনৰ পাছত গঠন হোৱা প্ৰতিৰক্ষা বিভাগৰ সমিতিখনে এতিয়ালৈ ১১ খন বৈঠকত অংশগ্ৰহণ কৰিছে আৰু এই এঘাৰখন বৈঠকৰ এখন বৈঠকতো ৰাহুল গান্ধীয়ে অংশগ্ৰহণ কৰা নায়।

উল্লেখযোগ্য যে, ভাৰত আৰু চীনৰ মাজৰ পূৱ লাডাখ সীমান্তত উত্তেজনা বিৰাজ কৰা সময়ৰ পৰাই ৰাহুল গান্ধীয়ে ভাৰত চৰকাৰক সমালোচনা কৰি আহিছে।

ৰাহুল গান্ধীয়ে দেশৰ সেনা প্ৰধান, প্ৰতিৰক্ষা মন্ত্ৰীয়ে দেশৰ সীমা সুৰক্ষিত হৈ আছে বুলি কোৱাৰ পাছতো বাৰে বাৰে চীন সেনা ভাৰতৰ ভিতৰত প্ৰৱেশ কৰিছে নে নাই বুলি প্ৰশ্ন কৰি আহিছে।

বিগত ১৫ জুনত লাডাখৰ গলৱানত ভাৰত আৰু চীনৰ সেনা বাহিনীৰ মাজত হোৱা ৰক্তক্ষয়ী সংঘৰ্ষত ২০ গৰাকী ভাৰতীয় সেনা জোৱানৰ মৃত্যু হৈছিল।

Recent News

Budget 2023

নিৰ্বাচন উপলক্ষ্যে চমৎকাৰী বাজেট! মধ্যবিত্তক কৰ ৰেহাই সীতাৰমণৰ

Man rape girlfriend daughter

ধিক্ মানৱতা! প্ৰেয়সীৰ তিনি বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা যুৱকৰ

Budget 2023

সন্মুখত নিৰ্বাচন! সংসদত ‘অমৃত কালৰ প্ৰথমখন বাজেট’ দাখিল বিত্তমন্ত্ৰী সীতাৰমণৰ

Manmohan Singh

ব্ৰিটেইনত জীৱনজোৰা সাধনাৰ সন্মানেৰে সন্মানিত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd