DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, September 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

লক্ষ্য ২৪: বিৰোধীৰ মহা বৈঠকত উপস্থিত থাকিব ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2023 9:42 pm
Rahul Gandhi Lok Sabha election
155
VIEWS
Share on FacebookShare on Twitter

সমাগত ২৪ ৰ লোকসভা নিৰ্বাচন। বিজেপিক ৰোধৰ লক্ষ্যৰে তীব্ৰ প্ৰস্তুতি আৰম্ভ কৰিছে বিৰোধীয়ে। এই প্ৰচেষ্টাত মূল হোতা হিচাপে দায়িত্ব পালন কৰা বিহাৰৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰে একালৰ সহযোগী নীতিশ কুমাৰে বিৰোধী ঐক্যৰ বাবে পাটনাত আহ্বান কৰিছে এক মহা বৈঠক।

বিৰোধীৰ এই মহা বৈঠকত অংশগ্ৰহণ কৰিব কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ লগতে দলৰ অন্যতম শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে আজি দলৰ এই সিদ্ধান্তৰ কথা নিশ্চিত কৰিছে।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বেনুগোপালে লগতে বিজেপিক পৰোক্ষ আক্ৰমণ কৰি দেশ ধ্বংস কৰা শক্তিসমূহৰ বিৰুদ্ধে যুঁজিবলৈ বিৰোধী দলসমূহৰ মাজত ঐক্য স্থাপনৰ সময় আহি পৰিছে বুলি মন্তব্য কৰে।

ইতিপূৰ্বে বৃহস্পতিবাৰে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী শাৰদ পাৱাৰে বিৰোধী দলসমূহৰ বৈঠকত অংশগ্ৰহণ কৰিব বুলি নিশ্চিত কৰিছে। ইফালে বৃহস্পতিবাৰে পাটনাত এক সাক্ষাৎকাৰত বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে আগন্তুক বৈঠকত প্ৰায় ১৫টা দলে অংশগ্ৰহণ কৰিব বুলি সদৰী কৰিছে।

উল্লেখ্য যে, বিজেপিক প্ৰতিহত কৰি ২৪ ৰ নিৰ্বাচনত দলটোক দিল্লীৰ শাসনৰ পৰা উৎখাত কৰাৰ লক্ষ্যৰে বিজেপিৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰা একে লক্ষ্যৰ বিৰোধী দলসমূহৰ একত্ৰিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই বৈঠক প্ৰথমে ১২ জুনত অনুষ্ঠিত হোৱাৰ কথা আছিল।

কিন্তু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনকে ধৰি কেইবাগৰাকীও বিৰোধী নেতাই পূৰ্বনিৰ্ধাৰিত সূচীৰ উদাহৰণ দি ১২ জুনত বৈঠকত অংশগ্ৰহণ কৰিবলৈ অসমৰ্থতা প্ৰকাশ কৰাৰ পিছতে বৈঠকখন পিছুৱাই দিয়া হয়।

Recent News

সাৱধান! মাহেকীয়াৰ সময়ত নাখাব চকলেট আৰু আইচক্ৰীম 

সাৱধান! মাহেকীয়াৰ সময়ত নাখাব চকলেট আৰু আইচক্ৰীম 

আকৌ পোহৰলৈ নিযুক্তি কেলেংকাৰী : চাকৰি দিয়াৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ বিজেপি নেতা

আকৌ পোহৰলৈ নিযুক্তি কেলেংকাৰী : চাকৰি দিয়াৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ বিজেপি নেতা

নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত : বিক্ৰী বন্ধ হ’ব পাৰে চিগাৰেটৰ

নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত : বিক্ৰী বন্ধ হ’ব পাৰে চিগাৰেটৰ

কথা পাহৰি যোৱাটো অভ্যাসত পৰিণত হৈছে নেকি? তেন্তে পঢ়ক এইটো লেখা –

কথা পাহৰি যোৱাটো অভ্যাসত পৰিণত হৈছে নেকি? তেন্তে পঢ়ক এইটো লেখা –

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd