DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিয়ে ঘৃণা বিয়পাই সমাজ খনক ভাগ ভাগ কৰিছে—শিক্ষাৰ্থীৰে মত বিনিময় অনুষ্ঠানত ৰাহুল গান্ধী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2021 4:37 pm
Ew1MXNUVEAQ1txS-1-750x375
227
VIEWS
Share on FacebookShare on Twitter

দুদিনীয়া ভ্ৰমণসূচীলৈ অসমলৈ অহা কংগ্ৰেছৰ নেতা ৰহুল গান্ধীয়ে আজি ডিব্ৰুগড়ত অৱতৰণ কৰাৰ পিছতে লাহোৱালৰ মটক চাহ বাগিচা খেলপথাৰত বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে।

অতি সৌহাৰ্দপূৰ্ণ পৰিবেশত শিক্ষাৰ্থীৰ সৈতে কৰা মত বিনিময় অনষ্ঠানত ৰাহুল গান্ধীয়ে সামাজিক সংস্কাৰৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ ভূমিকা অপৰিসীম বুলি মন্তব্য কৰাৰ লগতে শাসকীয় বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে বিজেপিয়ে সমাজত ঘৃণা বিয়পাই সমাজ খনক ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।

তেওঁ লগতে কয় যে কোনো ধৰ্মই কাকো ঘৃণা কৰিবলৈ কোৱা নাই।তেওঁ নাগপুৰৰ শক্তিয়ে সমগ্ৰ দেশ খনকে পৰিচালিত কৰিব বিচৰা বুলিও মন্তব্য কৰে।

ৰাহুল গান্ধীয়ে বিজেপিৰ ২৫ লাখ নিবনুৱাক সংস্থাপিত কৰাৰ ভুৱা প্ৰতিশ্ৰুতিৰ বিপৰীতে কংগ্ৰেছে ৫ লাখ নিবনুৱাক কৰ্ম সংস্থাপন দিবলৈ দলে দিয়া গ্যেৰাণ্টিৰ কথাও উল্লেখ কৰে।

উল্লেখ্য নিৰ্বাচনী প্ৰচাৰ বাবে আজি দুপৰীয়া ডিব্ৰুগড়ত উপস্থিত হয় সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী।

শুকুৰবাৰে ডিব্ৰুগড় বিমান বন্দৰৰ পৰা কংগ্ৰেছ নেতাগৰাকীক আদৰণি জনায় কংগ্ৰেছৰ অসমৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিং, ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, নগাঁৱৰ কংগ্ৰেছ সাংসদ তথা কংগ্ৰেছৰ নিৰ্বাচনী কমিটিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈসহ ৰাজ্যিক কংগ্ৰেছৰ অন্যান্য নেতাসকলে।

কংগ্ৰেছৰ অফিচিয়েল টুইটাৰে প্ৰকাশ কৰা অনুসৰি ৰাহুল গান্ধীয়ে দুদিন ধৰি অসম বিধানসভা ২০২১ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ চলাব।

ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পিছতে ৰাহুল গান্ধীয়ে লোহোৱাল মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে এক মত বিনিমময় অনুষ্ঠানত অংশগ্ৰহণ কৰি

কংগ্ৰেছৰ তাৰকা নিৰ্বাচনী প্ৰচাৰকগৰাকীয়ে লাহোৱাল সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। নিৰ্বাচনী প্ৰচাৰৰ বাবে বিয়লি প্ৰায় ৪২৫ বজাত ডুমডুমাত উপস্থিত হয় ৰাহুল গান্ধী।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd