• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কাশ্মীৰত ভাৰত জোড়ো যাত্ৰা: ৰাহুল গান্ধীৰ দেহত প্ৰথমবাৰলৈ দেখা পোৱা গ’ল জেকেট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2023 12:05 pm
Bharat Jodo Yatra
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় সামৰণি পৰাৰ দিশে অগ্ৰসৰ হৈছে ভাৰত জোড়ো যাত্ৰা। বিগত বৰ্ষৰ ৮ ছেপ্টেম্বৰৰ পৰা ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা এই পদযাত্ৰাই অৱশেষত প্ৰৱেশ কৰিছে কাশ্মীৰত। পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি কাশ্মীৰতেই সামৰণি পৰিব কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰা।

বৃহস্পতিবাৰে পঞ্জাৱৰ পৰা জম্মুত প্ৰৱেশ কৰাৰ সময়ত ‘ভাৰত জোড়ো যাত্ৰা’ৰ এই দীৰ্ঘদিনীয়া কাৰ্যসূচীৰ কালছোৱাত প্ৰথমবাৰৰ বাবে ৰাহুল গান্ধীক দেখিবলৈ পোৱা ঠাণ্ডা প্ৰতিহত কৰিব পৰা পোচাকত।

Apply Now

যাত্ৰাৰ সময়ছোৱাত প্ৰচণ্ড ঠাণ্ডাকো নেওচি কেৱল টি-চাৰ্ট পিন্ধি উত্তৰ ভাৰতৰ মাজেৰে পদযাত্ৰা কৰা গান্ধীক আজি প্ৰথমবাৰৰ বাবে জেকেট পৰিধান কৰা দেখিবলৈ পোৱা গ’ল। পুৱাৰে পৰা জম্মুৰ কেইবাটাও অঞ্চলত পাতলীয়া বৰষুণৰ বাবে অৱশেষত গান্ধীয়ে গৰম পোচাক পৰিধান কৰিব লগা হয় বুলি সন্দেহ কৰা হৈছে।

অৱশ্যে পিছত তেওঁ দেহৰ পৰা জেকেটটো খুলি লোৱা দেখা পোৱা গৈছে আৰু প্ৰতিদিনৰ দৰেই কেৱল বগা টি-চাৰ্ট পৰিধান কৰিয়েই পুনৰ যাত্ৰা কৰা দেখিবলৈ পোৱা গৈছিল। উল্লেখ্য যে যাত্ৰাৰ সময়ত গান্ধীৰ এই পোচাকক কেন্দ্ৰ কৰি ৰাজনৈতিক অৰিয়াঅৰিৰো সৃষ্টি হৈছিল।

শাসকীয় বিজেপিয়ে গান্ধীৰ টি-চাৰ্টৰ দৰৰ বিষয়ে উল্লেখ কৰি কটুক্তি কৰাৰ সমান্তৰালভাৱে প্ৰতি আক্ৰমণ চলাইছিল কংগ্ৰেছে। ৰাষ্ট্ৰীয় ৰাজনীতি তথা সংবাদ মাধ্যমত ৰাহুল গান্ধীৰ এই পোচাকত পৰিচ্ছদক লৈ চলিছিল ব্যাপক চৰ্চা।

পিছে এই সকলো চৰ্চাক আওকাণ কৰি ৰাহুল গান্ধীয়ে তেওঁৰ টি-চাৰ্টৰ ওপৰত গুৰুত্ব দিয়াতকৈ তেওঁৰ সৈতে যাত্ৰাত সংগ দিয়া দৰিদ্ৰ কৃষক-শ্ৰমিক সকলৰ পোচাকলৈ গুৰুত্ব দিবলৈ আহ্বান জনাইছিল ৰাজনৈতিক দল তথা সংবাদ মাধ্যমক।

উল্লেখ্য যে এতিয়ালৈকে ১২৫ দিনীয়া যাত্ৰাত প্ৰায় ৩৪০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিছে ৰাহুল গান্ধীৰ নেতৃত্বৰ ভাৰত জোড়ো যাত্ৰাই। অহা ২৫ জানুৱাৰীত জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ বাণীহালত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব গান্ধীয়ে।

তাৰ দুদিন পিছতে ২৭ জানুৱাৰীত অনন্তনাগ হৈ যাত্ৰাৰ অন্তিম গন্তব্যস্থান শ্ৰীনগৰত প্ৰৱেশ কৰিব পদযাত্ৰাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

August 2, 2026 10:05 pm
প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

August 2, 2026 8:45 pm
এফালে প্ৰলয়ংকাৰী বান, আনফালে বৰষুণৰ নাটনি! আশ্চৰ্যজনক তথ্য আই এম ডিৰ

এফালে প্ৰলয়ংকাৰী বান, আনফালে বৰষুণৰ নাটনি! আশ্চৰ্যজনক তথ্য আই এম ডিৰ

August 2, 2026 7:55 pm
নিট কেলেংকাৰী: এসপ্তাহ নৌহওঁতেই সলনি হ’ল ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক! নতুন দায়িত্বত অজয় গুপ্তা

নিট কেলেংকাৰী: এসপ্তাহ নৌহওঁতেই সলনি হ’ল ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক! নতুন দায়িত্বত অজয় গুপ্তা

August 2, 2026 6:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

August 2, 2026 10:05 pm
প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

August 2, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd