• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পদ খালী আছে অথচ নিযুক্তি নাই; প্ৰমাণসহ ‘দলিত বিৰোধী’ মোডী চৰকাৰক তীব্ৰ সমালোচনা ৰাহুলৰ!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 1, 2025 8:59 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনুসূচিত জাতি আয়োগৰ গুৰুত্বপূৰ্ণ পদ খালী হৈ আছে। কিন্তু তাত চৰকাৰে কাকো নিযুক্তি দিয়া নাই। শুকুৰবাৰে এনে অভিযোগ উত্থাপন কৰে বিৰোধী নেতা ৰাহুল গান্ধীয়ে। ত্থ প্ৰমান দাঙি ধৰি তেওঁৰ অভিযোগ এই চৰকাৰ দলিত বিৰোধী।

শুকুৰবাৰে ৰাহুল গান্ধীয়ে নিজৰ এক্স হেণ্ডেলত মোডী চৰকাৰক তীব্ৰ সমালোচনা কৰি লিখিছে- ‘’বিজেপি চৰকাৰৰ দলিত বিৰোধী মানসিকতাৰ আন এক প্ৰমাণ পোহৰলৈ আহিছে। অনুসূচিত জাতি আয়োগে দলিতসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কাম কৰে। সেই কাৰ্যালয়ক ইচ্ছাকৃতভাৱে আওকাণ কৰা হৈছে। এই বিভাগৰ দুটা গুৰুত্বপূৰ্ণ পদ বিগত এবছৰ ধৰি খালী হৈ আছে। কিন্তু চৰকাৰৰ কোনো কাণসাৰ নাই।‘’

Apply Now

ছ’চিয়েল মিডিয়াত ৰাহুলে লগতে লিখিছে যে এই আয়োগ এটা সাংবিধানিক সংস্থা। ফলত অনুসূচিত জাতি আয়োগক দুৰ্বল কৰি তোলাটো দলিতসকলৰ সাংবিধানিক আৰু সামাজিক অধিকাৰৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ। আয়োগ নাথাকিলে দলিতৰ কথা কোনে শুনিব? তেওঁলোকৰ অভিযোগৰ তদন্ত কোনে কৰিব? প্ৰধানমন্ত্ৰীলৈ মোৰ অনুৰোধ অনুসূচিত জাতি আয়োগৰ বিষয়াৰ খালী পদ শীঘ্ৰে পূৰণ কৰক যাতে দলিতৰ অধিকাৰ সুনিশ্চিত হয়। আৰু চৰকাৰে নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰিব পাৰে।

भाजपा सरकार की दलित विरोधी मानसिकता का एक और सबूत देखिए!

दलितों के अधिकारों की रक्षा करने वाले राष्ट्रीय अनुसूचित जाति आयोग को जानबूझकर उपेक्षित कर दिया गया है – इसके दो अहम पद पिछले एक साल से ख़ाली पड़े हैं।

यह आयोग एक संवैधानिक संस्था है – इसे कमज़ोर करना दलितों के संवैधानिक…

— Rahul Gandhi (@RahulGandhi) February 28, 2025

ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে অভিযোগ কৰিছিল যে দলিত সম্প্ৰদায়ৰ কোনো লোকক গুৰুত্বপূৰ্ণ চৰকাৰী পদত নিযুক্তি দিয়া হোৱা নাই। যোৱা বছৰ ৰাহুল গান্ধীয়ে এই বিষয়ত মোডী চৰকাৰৰ বিৰুদ্ধে মাত মাতিছিল আৰু কৈছিল- “মোডী চৰকাৰৰ কাৰ্যকালত গুৰুত্বপূৰ্ণ চৰকাৰী প্ৰতিষ্ঠানসমূহত দলিত, জনজাতীয় আৰু অ’বিচি সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব অতি কম। ইফালে, কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ পদত নিৰ্বাচিতভাৱে আৰ এছ এছৰ প্ৰতিনিধি নিযুক্তি দিয়া হৈছে। নৰেন্দ্ৰ মোদীয়ে ‘ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ’ৰ জৰিয়তে ব্যক্তিগত সংস্থাৰ উচ্চপদস্থ বিষয়াক নিযুক্তি দিছে য’ত আই এ এছ বিষয়া নিযুক্তি দিব লাগে। যাৰ বাবেই ইউ পি এছ চিৰ প্ৰতিযোগিতামূলক পৰীক্ষা অৰ্থহীন হৈ পৰিছে। এই চৰকাৰী নীতিয়ে দলিতসকলৰ অধিকাৰ আৰু সংকুচিত কৰিছে।”

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd