• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘শিশুসকলে বিষাক্ত বতাহ উশাহ লৈছে, আপুনি নিমাত কিয়?’ দিল্লীৰ প্ৰদূষণক লৈ মোদীক সমালোচনা ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 28, 2025 4:40 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী প্ৰদূষণক লৈ এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰিছে ৰাহুল গান্ধীয়ে। লোকসভাত বিৰোধী দলপতিগৰাকীয়ে কয় যে শিশুৱে আমাৰ চকুৰ সন্মুখত বিষাক্ত বতাহ উশাহত লৈছে।তেঁওলোক ক্ৰমান্বয়ে অসুস্থ হৈ পৰিছে। ইয়াৰ পিছতো কিয় মৌন হৈ আছে প্ৰধানমন্ত্ৰী? মন কৰিবলগীয়া যে শুকুৰবাৰে পুৱা প্ৰাক্তন আই পি এছ বিষয়া তথা বিজেপি নেতা কিৰণ বেদীয়ে কয় যে ৰাজধানীখনৰ বৰ্তমানৰ পৰিস্থিতি Covid ৰ সৈতে তুলনাযোগ্য।

দিল্লীৰ মুণ্ডকাত শুকুৰবাৰে পুৱা প্ৰদূষণৰ মাত্ৰা আছিল ৪৩৬। ৰোহিনীত ৪৩২।আনহাতে আনন্দ বিহাৰ (৪০৮) আৰু জাহাংগীৰপুৰী (৪২০)ৰ প্ৰদূষণৰ মাত্ৰাও চাৰিশৰ ওপৰত আছিল। এনে পৰিস্থিতিত ৰাহুলে দিল্লীত কেইবাগৰাকীও মহিলাক লগ পায়। সেই বৈঠকৰ ভিডিঅ’ পোষ্ট কৰি কংগ্ৰেছৰ সাংসদগৰাকীয়ে কয়, ‘মই কথা পতা সকলো মাতৃৰ বক্তব্য একেই, তেওঁলোকৰ সন্তান বিষাক্ত বতাহ লৈ ডাঙৰ হৈছে। মোদীজী, ভাৰতৰ সন্তান আমাৰ চকুৰ সন্মুখতে মৃত্যুমুখত পৰিছে।আপুনি এতিয়াও কিয় নিমাত হৈ আছে? আপোনাৰ চৰকাৰে কিয় দায়িত্ব লোৱা নাই? কিয় ই সমস্যাটো সোনকালে সমাধান কৰিবলৈ চেষ্টা নকৰে?’ ৰাহুলে স্পষ্টকৈ উল্লেখ কৰিছে যে ভাৰতৰ শিশুসকল বিশুদ্ধ বায়ুৰ যোগ্য।

Apply Now

মন কৰিবলগীয়া যে দিল্লীৰ প্ৰদূষণত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপৰো দাবী জনাইছে বিজেপি নেতা কিৰণ বেদীয়ে। বেদীয়ে নিজৰ এক্স হেণ্ডেলত লিখিছিল, ‘এইটো বেদনাদায়ক। আৰু হতাশাজনক। ছাৰ, হস্তক্ষেপ কৰক।’ লগতে কয়, “পৰিস্থিতি Covid ৰ দৰে। মই নিজেই দেখিছো যে প্ৰধানমন্ত্ৰী মোদীয়ে সেই সময়ত কেনেকৈ নেতৃত্ব দিছিল, দেশক একত্ৰিত কৰি ৰাখিছিল। এই পৰিস্থিতি চম্ভালিবলৈ তেওঁৰ দৰে যোগ্য কোনো নাই। যদি তেওঁ পোনপটীয়াকৈ হস্তক্ষেপ নকৰে, তেন্তে মই বিচাৰিম অন্ততঃ দুই এজন মন্ত্ৰীক আয়োগলৈ অনা হওক। কাৰণ এই সমস্যা বহু ৰাজ্যলৈ বিয়পি পৰিছে আৰু জনস্বাস্থ্য বিপন্ন কৰি তুলিছে।”

প্ৰসংগক্ৰমে দীপাৱলীৰ পৰা দিল্লীৰ বতাহ বিষাক্ত হৈ পৰিছে। সেইবাবেই দিল্লী চৰকাৰে ‘ক্লাউড ছিডিং’ৰ ব্যৱস্থা কৰিছে। শেহতীয়াকৈ ইয়াৰ পৰীক্ষাও কৰা হৈছিল। কিন্তু আগতে কেতিয়াও নোপোৱাকৈ বৰষুণ দিলে। অৱশ্যে তিনিটা বিফল পৰীক্ষাত ইতিমধ্যে প্ৰায় ১.০৭ কোটি টকা ব্যয় কৰা হৈছে। কিন্তু কোনো লাভ হোৱা নাই। ইয়াৰ বিপৰীতে প্ৰদূষণ দিনক দিনে বাঢ়িছেহে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

August 7, 2026 9:59 pm
উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

August 7, 2026 9:05 pm
মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

August 7, 2026 8:03 pm
কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

August 7, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

August 7, 2026 9:59 pm
উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

August 7, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd