• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মহামাৰী ক’ৰ’নাৰ সন্মুখত আত্মসমৰ্পণ কৰিছে প্ৰধান মন্ত্ৰীয়ে মোদীয়ে : ৰাহুল গান্ধী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 27, 2020 1:04 pm

2 min read

867603-rahul-gandhi-bottlenecks.gif

ফাইল ফটো

3.1k
VIEWS
Share on FacebookShare on Twitter

দেশত ক’ৰ’নাৰ সংক্ৰমণৰ সংখ্যা ৫ লাখ অতিক্ৰম কৰাৰ পিছতেই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক চোকা ভাষাৰে সমালোচনা কৰিছে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে।

ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক উদ্দেশ্যি টুইটোত কয়, ‍‘নতুন নতুন অঞ্চললৈ ক’ৰ’নাৰ সংক্ৰমণ ঘটি আছে। ইয়াৰ সমাধানৰ বাবে ভাৰত চৰকাৰৰ হাতত কোনো পৰিকল্পনা নাই‍‘।

Covid19 is spreading rapidly into new parts of the country. GOI has no plan to defeat it.

PM is silent. He has surrendered and is refusing to fight the pandemic.https://t.co/LUn2eYBQTg

— Rahul Gandhi (@RahulGandhi) June 27, 2020

তেওঁ লগতে কয় যে প্ৰধান মন্ত্ৰী মৌন। তেওঁ মহামাৰীৰ সন্মুখত নিজকে আত্মসমৰ্পণ কৰিছে আৰু ইয়াৰ পৰিত্ৰাণৰ বাবে মোদী নিশ্চুপ।

উল্লেখ্য যে ভাৰতত ধাৰাবাহিকভাৱে দ্ৰুত গতিত বৃদ্ধি পাই থকা ক’ৰ’নাৰ সংক্ৰমণে চৰকাৰৰ লগতে সাধাৰণ জনতাকো চিন্তিত কৰি তুলিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিব দিয়া মতে, ভাৰতত বিগত ২৪ ঘণ্টাত ১৮,৫৫২ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। আনহাতে যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৩৮৪ গৰাকী ৰোগী।

আক্ৰান্তৰ ফালৰ পৰা চাব গ’লে ভাৰতত এটা দিনত ক’ৰ’নাৰ এইটোৱেই সৰ্বাধিক সংখ্যা।

দেশত এতিয়া ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৫,০৮,৯৫৩ গৰাকী আৰু মৃত্যু হৈছে ১৫৬৮৫ গৰাকী।

উল্লেখ্য যে দেশত এতিয়া ১,৯৭,৩৮৭ গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ২,৯৫,৮৮১ গৰাকী ক’ৰ’না মুক্ত হৈছে।

২৬ জুন অৰ্থাৎ শুকুৰবাৰে ১০,২৪৪ গৰাকী ৰোগী সুস্থ হৈ উঠিছে।

Recent News

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

a mori

মৰিগাঁৱত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

index

‘দুটি সন্তানৰ নীতি’ আইন বলৱৎ কৰাৰ দাবী জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd