• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘শপতনামা দাখিল বা ৰাজহুৱা ক্ষমা’! নিৰ্বাচন আয়োগে সংবাদ মেলত কি প্ৰত্যুত্তৰ দিলে ৰাহুল গান্ধীক ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2025 5:52 pm
79
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাহুল গান্ধীৰ “ভোট চুৰি” অভিযোগক লৈ ভাৰতীয় নিৰ্বাচন আয়োগ (ECI) বৰ্তমান তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। ৰাহুল গান্ধীত অধিকাৰ যাত্ৰাৰ দিনাই আয়োগে সংবাদ মেল আয়োজন কৰি কংগ্ৰেছ নেতাগৰাকীক   তেওঁ দাবীৰ সমৰ্থনত শপতনামা দাখিল কৰিব লাগিব অন্যথা ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব লাগিব। এই মন্তব্যই আয়োগৰ নিৰপেক্ষতাক লৈ বিভিন্ন মহলৰ পৰা প্ৰশ্ন উঠিছে, কাৰণ সমালোচকসকলৰ অভিযোগ মতে, একেধৰণৰ দাবী কৰা বিজেপি নেতাসকলৰ পৰা আয়োগে এনে শপতনামা কেতিয়াও বিচাৰিছিল নাছিল।

উল্লেখ্য ৭ আগষ্টত ৰাহুল গান্ধীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত কৰ্ণাটকৰ মহাদেৱপুৰা সমষ্টিত প্ৰায় ১,০০,২৫০ ভুৱা ভোট পঞ্জীয়নৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ ইচিআইৰ বিৰুদ্ধে বিজেপিৰ সৈতে “গোপন বুজাবুজি” কৰাৰ অভিযোগো  উত্থাপন কৰিছিল।

Apply Now

১৭ আগষ্ট দেওবাৰৰ সংবাদ্মেলত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে গান্ধীৰ অভিযোগক “ভিত্তিহীন” বুলি উল্লেখ কৰি কয় যে এইধৰণৰ মন্তব্যই সংবিধান আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক অসম্মান কৰে। আয়োগে অভিযোগ, উত্থাপন কৰিছে যে ৰাজনৈতিক দলসমূহে আয়োগক “বলিৰ পথা” হিচাপে ব্যৱহাৰ কৰি জনমতক প্ৰভাৱিত কৰাৰ চেষ্টা কৰিছে।

ইফালে আজি ৰাহুল গান্ধীয়ে প্রশ্ন উত্থাপন কৰে যে কিয় কেৱল তেওঁকেই শপতনামা বিচৰা হৈছে আৰু একেদৰে বিজেপি নেতাসকলক প্ৰমাণ বিচৰা হোৱা নাই। তেওঁ কয় যে ইচিআইয়ে ভোটাৰ তালিকা পুনৰীক্ষণৰ নামত বাস্তৱতে প্ৰান্তীয় ভোটাৰক লক্ষ্য কৰি লোৱা হৈছে।

ইচিআইয়ে প্ৰত্যুত্তৰত দাবী কৰিছে যে বিহাৰত চলি থকা বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ, য’ত স্থানীয় অংশীদাৰ আৰু ভিডিঅ’ প্ৰমাণ আছে। আয়োগৰ মতে, দুগুণ ভোটদান বা ভুৱা পঞ্জীয়নৰ দাবী সমৰ্থন কৰিবলৈও এতিয়ালৈকে কোনো প্ৰমাণ দিয়া হোৱা নাই।

ভোটাৰ অধিকাৰ যাত্ৰাৰ শুভাৰম্ভত সাসাৰামত ৰাহুল গান্ধীয়ে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, আৰজেডি নেতা লালু প্ৰসাদ আৰু তেজস্বী যাদৱৰ সৈতে মিলি এই পদযাত্ৰাক “সংবিধান ৰক্ষাৰ যুঁজ” হিচাপে বৰ্ণনা কৰে। ২০খনতকৈও অধিক জিলাক আৱৰি বিজেপি-বিৰোধী INDIA ব্লকৰ দাবী কৰা নিৰ্বাচনী অনিয়মক উন্মোচিত কৰাৰ লক্ষ্যৰে এই পদযাত্ৰা কৰা হৈছে।

আনহাতে ইচিআইয়ে স্পষ্ট কৰিছে যে ভোটাৰ তালিকা ৰাজহুৱাভাৱে সুলভ, আৰু ৰাহুল গান্ধীৰ হাতত যদি যথেষ্ট প্ৰমাণ আছে তেন্তে আইনী প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰমাণ দিয়া উচিত। অন্যথা, বিভ্ৰান্তিকৰ অভিযোগৰ বাবে ক্ষমা বিচাৰিব লাগিব। আয়োগে সতৰ্কবাণী প্ৰদান কৰি কয় যে এনে দাবীয়ে ভাৰতীয় নিৰ্বাচনী ব্যৱস্থাৰ বিশ্বাসযোগ্যতাক ক্ষতি কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm
পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

September 18, 2026 1:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd