• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 3, 2023 9:31 pm
Rahul Gandhi writes letter to Modi
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৩০ জানুৱাৰীত জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সামৰণি পৰিল ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰা। যাত্ৰাৰ বাবে শ্ৰীনগৰত উপস্থিত হোৱাৰ সময়তে স্থানীয় কাশ্মীৰী পণ্ডিতসকলক সাক্ষাৎ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

এই সাক্ষাতৰ পাছতে শেহতীয়াকৈ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত হেঁচা প্ৰয়োগ নকৰিবলৈ আহ্বান জনাইছে।

Apply Now

ৰাহুল গান্ধীয়ে পত্ৰখনত উল্লেখ কৰা, ভাৰত জোড়ো যাত্ৰাৰ সময়ত কাশ্মীৰী পণ্ডিত সংগঠনৰ এগৰাকী প্ৰতিনিধিক তেওঁ লগ পায় আৰু তেওঁৰ পৰা চৰকাৰী বিষয়াসকলে কাশ্মীৰী পণ্ডিতসকলক কামৰ বাবে কাশ্মীৰলৈ উভতি যাবলৈ বাধ্য কৰিছে বুলি জানিব পাৰে।

প্ৰশাসনৰ এনে কাৰ্যক নিষ্ঠুৰ আখ্যা দি গান্ধীয়ে কাশ্মীৰী পণ্ডিতসকলক পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা অবিহনে জম্মু-কাশ্মীৰলৈ উভতি যাবলৈ জোৰ নকৰিবলৈ আহ্বান জনায়৷ আজি কংগ্ৰেছ নেতাগৰাকীয়ে টুইটাৰত এই পত্ৰখন প্ৰকাশ কৰিছে।

পত্ৰখনত গান্ধীয়ে জম্মু-কাশ্মীৰৰ কাশ্মীৰী পণ্ডিতৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বিষয়ে প্ৰধানমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰে। তেওঁ কয় যে নিৰাপত্তাৰ নিশ্চয়তা অবিহনে কাশ্মীৰী পণ্ডিতসকলক উপত্যকালৈ উভতি যাবলৈ বাধ্য কৰাটো নিষ্ঠুৰ কাৰ্য।

 

प्रधानमंत्री जी, भारत जोड़ो यात्रा के दौरान कश्मीरी पंडितों के प्रतिनिधिमंडल ने मुझसे मिलकर अपने दुखद हालात बताए।

आतंकियों की टारगेटेड किलिंग के शिकार कश्मीरी पंडितों को बिना सुरक्षा गारंटी घाटी में जाने के लिए विवश करना निर्दयी कदम है।

आशा है, आप इस विषय में उचित कदम उठाएंगे। pic.twitter.com/1LnxDkT8i9

— Rahul Gandhi (@RahulGandhi) February 3, 2023

পৰিস্থিতিৰ উন্নতিৰ পিছতহে কাশ্মীৰী পণ্ডিতসকলক কাশ্মীৰলৈ ঘূৰি যাবলৈ কোৱা উচিত বুলি লগতে উল্লেখ কৰে। চৰকাৰে এই কাশ্মীৰী পণ্ডিত কৰ্মচাৰীসকলক অন্য চৰকাৰী বিভাগত স্থান দিব পাৰে বুলি পত্ৰ যোগে আহ্বান জনায় গান্ধীয়ে।

তদুপৰি ৰাহুল গান্ধীয়ে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপালে কাশ্মীৰী পণ্ডিতসকলৰ প্ৰসংগত ব্যৱহাৰ কৰা ‘ভিক্ষাৰী’ৰ দৰে শব্দ অত্যন্ত দায়িত্বহীনতাৰ পৰিচয় বুলি অভিহিত কৰে। উপ-ৰাজ্যপালক এই বিষয়ত ক্ষমা খুজিবলৈ দাবী কৰি ৰাহুল গান্ধীয়ে ‘কাশ্মীৰী পণ্ডিতসকলে ভিক্ষা কৰা নাই, তেওঁলোকে নিজৰ অধিকাৰ বিচাৰিছে’ বুলি কটাক্ষ কৰে।

উল্লেখ্য যে কাশ্মীৰী পণ্ডিত কৰ্মচাৰীসকলে উপত্যকাৰ বাহিৰলৈ বদলি বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি তেওঁলোকৰ অনুকূল নহয় বুলি দাবী কৰি কাশ্মীৰী পণ্ডিতসকলে কাশ্মীৰলৈ ঘূৰি যাবলৈ অসন্মতি প্ৰকাশ কৰিছিল।

কিন্তু কাশ্মীৰী পণ্ডিতসকলৰ এই দাবী তথা প্ৰতিবাদক আওকাণ কৰি উপত্যকাটোৰ উপ-ৰাজ্যপাল মনোজ সিনহাই প্ৰতিবাদ কৰা কাশ্মীৰী পণ্ডিত কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ জাননী জাৰি কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

September 2, 2026 4:09 pm
ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

September 2, 2026 3:18 pm
অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm
‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

September 2, 2026 4:09 pm
ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

September 2, 2026 3:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd