• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিজেপিয়ে খিলঞ্জীয়া মানুহৰ ভূমি কাঢ়ি নি পুঁজিপতিক দান কৰে : ঝাৰখণ্ডত ৰাহুল গান্ধী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2024 2:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে ২১ দিনত প্ৰৱেশ কৰিলে কংগ্ৰেছৰ ভাৰত জুড়ো ন্যায় যাত্ৰাই। ২১ দিনৰ দিনা  ঝাৰখণ্ডৰ দেওঘৰত প্ৰৱেশ কৰিলে ৰাহুল গান্ধীয়ে। 

উল্লেখ্য যে কেইদিনমান আগতে ঝাৰখণ্ডৰ তদানীন্তন মুখ্যমন্ত্ৰী হেমন্ত ছুৰেনক ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। জেএমএম-কংগ্ৰেছ মিত্ৰজোঁট চৰকাৰৰ নতুন মুখ্যমন্ত্ৰী চম্পাই ছুৰেনে সোমবাৰে বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব। 

Apply Now

ৰাহুল গান্ধীয়ে কয় যে বিজেপিয়ে এই চৰকাৰখন ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে। ঝাৰখণ্ড মুক্তি মৰ্চা আৰু কংগ্ৰেছকে ধৰি বিজেপি বিৰোধী দলসমূহে এই অভিযোগ উত্থাপন কৰিছে।

লগতে ৰাহুল গান্ধীয়ে কয় যে বিজেপিৰ ধনশক্তি আৰু কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা আছে। কিন্তু কংগ্ৰেছে ভয় নকৰে। আমি আমাৰ যুঁজ অব্যাহত ৰাখিম। বিজেপিয়ে ঝাৰখণ্ডতো ষড়যন্ত্ৰ কৰি আছে। কিন্তু তেওঁলোকৰ এই ষড়যন্ত্ৰ বিফল হ’ব।

লগতে গান্ধীয়ে কয় যে বিজেপিৰ বাবে ঝাৰখণ্ডৰ যুৱক-যুৱতীসকলে সাংঘাতিক সমস্যাৰ সন্মুখীন হৈছে।। বিজেপিয়ে বিমুদ্ৰাকৰণ কৰিছিল আৰু জিএছটি কাৰ্যকৰী কৰিছিল, কিন্তু ই যুৱক-যুৱতীসকলক লাভান্বিত কৰা নাছিল। তেওঁলোক আজি নিবনুৱা।

“কংগ্ৰেছে জনজাতীয় সকলৰ বাবে বন অধিকাৰ আইন আৰু আদিবাসী বিধেয়ক আনিছিল। জনজাতীয় সকলৰ সৰনা ধৰ্ম সংহিতাৰ বাবেও বহুতো পদক্ষেপ লোৱা হৈছে। কিন্তু বিজেপিয়ে জনজাতীয় লোকসকলক লৈ চিন্তিত নহয়। তেওঁলোকে কেৱল খিলঞ্জীয়া লোকসকলৰ ভূমি কাঢ়ি নিব বিচাৰে। সেই ভূমি তেওঁলোকৰ কৰ্পোৰেট বন্ধুসকলক দান কৰে। ঝাৰখণ্ডৰ মাটিতে বিৰচা মুণ্ডাই জনজাতীয় লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিল। সেই ভূমিত, বৰ্তমানৰ ব্ৰিটিছ ‘মোদানীয়ে’ জনজাতীয় লোকসকলৰ পানী আৰু বাসস্থান কাঢ়ি নিব বিচাৰে। কিন্তু কংগ্ৰেছ জনজাতীয় লোকসকলক সুৰক্ষা দিয়াৰ যুঁজত প্ৰতিশ্ৰুতিবদ্ধ।” লগতে গান্ধীয়ে কয়। 

কোৱাৰ প্ৰয়োজন নাই, ‘মোদানী’ৰ দ্বাৰা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোডী আৰু ব্যৱসায়ী গৌতম আদানিক বুজাইছিল। তেওঁ পূৰ্বেও এই শব্দপটো ব্যৱহাৰ কৰিছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd