• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কংগ্ৰেছৰ সৈতে সকলো মিত্ৰতাৰ দুৱাৰ বন্ধ কৰিলে ৰাইজৰ দলে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2026 6:37 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ বিৰোধী ৰাজনীতিত এক ডাঙৰ অঘটন । ৰাইজৰ দলে আনুষ্ঠানিকভাৱে প্ৰদেশ কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ সম্ভাৱনা সমাপ্ত কৰা বুলি ঘোষণা কৰিছে। এক প্ৰেছ বিজ্ঞপ্তিযোগে ৰাইজৰ দলৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে। দলটোৱে অভিযোগ কৰা অনুসৰি, বিগত ৬ মাৰ্চত অনুষ্ঠিত হোৱা বিৰোধী দলসমূহৰ বৈঠকত কংগ্ৰেছৰ আচৰণ অত্যন্ত অসন্মানজনক আছিল আৰু ইয়াৰ জৰিয়তে তেওঁলোকে ৰাইজৰ দলক মিত্ৰতাৰ পৰা আঁতৰাই পঠিয়ালে।

ৰাইজৰ দলৰ মতে, কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ অহংকাৰী মনোভাৱ আৰু তেওঁলোকৰ সৈতে কৰা অসৌজন্যমূলক আচৰণেই মিত্ৰতা ভংগৰ প্ৰধান কাৰণ। দলটোৱে জনোৱা মতে, তেওঁলোকে বিজেপি-আৰএছএছৰ দৰে শক্তিৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজিবলৈ মিত্ৰতাৰ প্ৰস্তাৱ দিছিল যদিও কংগ্ৰেছে নিজৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি আহিছে। আসন ভাগ-বটোৱাৰাৰ ক্ষেত্ৰত ৰাইজৰ দলে পূৰ্বতে ২৭ খন আসনৰ দাবী জনাইছিল যদিও মিত্ৰতাৰ খাতিৰত সেই সংখ্যা বহু হ্ৰাস কৰি শেষত মাত্ৰ ১৫ খনলৈ নমাই আনিছিল। কিন্তু কংগ্ৰেছে সেই প্ৰস্তাৱক গুৰুত্ব নিদি বিভিন্ন চৰ্ত জাপি দিয়াৰ লগতে প্ৰাৰ্থী তালিকাত একপক্ষীয় সিদ্ধান্ত লোৱা বুলি ৰাইজৰ দলে অভিযোগ কৰিছে।

Apply Now

বিশেষকৈ নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিটোক লৈ হোৱা মতানৈক্যই মিত্ৰতা ভংগৰ চৰম পৰ্যায়ত উপনীত হয়। ৰাইজৰ দলৰ অভিযোগ যে তেওঁলোকৰ সাংগঠনিক ভেটি থকা এই সমষ্টিটো এৰি দিবলৈ অস্বীকাৰ কৰি কংগ্ৰেছে ইচ্ছাকৃতভাৱে মিত্ৰতা ভংগ কৰিছে। ইয়াৰ উপৰি ২০২১ চনৰ নিৰ্বাচনতো কংগ্ৰেছে বিশ্বাসঘাটকতা কৰা বুলি দলটোৱে স্মৰণ কৰাই দিছে। তেওঁলোকৰ মতে, মিত্ৰতাৰ বাবে কেৱল ৰাইজৰ দলেই ত্যাগ কৰিব লগা হৈছে, যিটো কোনো ধৰণেই গ্ৰহণযোগ্য নহয়।

ৰাইজৰ দলৰ মতে, কংগ্ৰেছৰ প্ৰদেশ নেতৃত্ব মিত্ৰতাৰ প্ৰতি অলপো আন্তৰিক নাছিল আৰু সঘনে সলনি কৰা আলোচনাকাৰী সমিতিয়েই তাৰ প্ৰমাণ। দলটোৱে স্পষ্ট কৰি দিছে যে তেওঁলোকে ফেচিষ্ট শক্তিক পৰাস্ত কৰিবলৈ বিচাৰিছিল যদিও কংগ্ৰেছে তেওঁলোকক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰিব বিচাৰিছিল, যিটো তেওঁলোকে কোনো কাৰণতে মানি নলয়। ফলস্বৰূপে, কংগ্ৰেছৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ পাছত ৰাইজৰ দলে এই মিত্ৰতাৰ আলোচনা আগবঢ়াই নিয়াটো অসম্ভৱ বুলি সিদ্ধান্ত লৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd