• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিড মহামাৰী নিয়ন্ত্ৰণত আৰু ভেকচিন প্ৰদানত চুড়ান্ত ব্যৰ্থ অসম চৰকাৰ : ৰাইজৰ দলৰ গুৰুতৰ অভিযোগ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 30, 2021 7:48 pm
RAijor Dal
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড মহামাৰী নিয়ন্ত্ৰণত তথা ভেকচিন প্ৰদানৰ ক্ষেত্ৰত চুড়ান্ত ব্যৰ্থ বিজেপি চৰকাৰ। এই গুৰুতৰ অভিযোগ ৰাইজৰ দলৰ।

দেওবাৰে ৰাইজৰ দলৰ গুৱাহাটীস্থিত কাৰ্যালয়ত এক সংবাদমেলত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণত চুড়ান্ত ব্যৰ্থ হোৱা বুলি গুৰুতৰ অভিযোগ তোলে ৰাইজৰ দলে। ৰাইজৰ দলৰ কাৰ্য্যকৰী সভাপতি ভাস্ক’ডি শইকীয়াই সম্বোধন কৰা এই সংবাদমেলত তথ্য দাঙি ধৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

Apply Now

চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ বিস্ফোৰক তথ্য ‘কোভিডৰ ভেকচিন প্ৰদানত অসমৰ স্থান নিম্নগামী অৰ্থাৎ ভেকচিন প্ৰদানৰ ক্ষেত্ৰত শেষৰ ফালৰ পৰা পঞ্চম স্থানত অসম থকা বুলি উল্লেখ কৰে শইকীয়াই।

তেওঁ দাঙি ধৰা তথ্য অনুসৰি অসমত মুঠ ১১.৩১ শতাংশ লোকেহে লাভ কৰিছে ভেকচিনৰ দুয়োটা পালি।

অসমৰ তুলনাত ভাৰতৰ অন্য ৰাজ্যত বেছি শতাংশ লোকে ভেকচিন লাভ কৰা বুলি দাবী ৰাইজৰ দলৰ।

উক্ত সংবাদমেলৰ জৰিয়তে ৰাইজৰ দলৰ দাবী ‘কেন্দ্ৰীয় চৰকাৰে অসমক পৰ্যাপ্ত পৰিমাণৰ ভেকচিন প্ৰদান কৰক। কেৱল ভেকচিন প্ৰদান চেন্টাৰত নহয় ঘৰে ঘৰে গৈ ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰক।‘

ইপিনে, উক্ত সংবাদমেলৰ জৰিয়তে ৰাইজৰ দলে কোভিড মহামাৰীত ক্ষতিগ্ৰস্থ প্ৰতিজনকে ক্ষতিপূৰণ দিয়াৰ দাবী তোলে। ৰাজ্যৰ জিডিপিৰ এক শতাংশ ক্ষতিগ্ৰস্তক ক্ষতিপূৰণৰ বাবে দাবী জনোৱাৰ লগতে কৰ্ম সংস্থাপন হেৰুওৱাসকলক ‘তিনি মাহৰ বাবে ৫০০০ টকাকৈ আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক ৩০০০ টকাকৈ সাহায্য প্ৰদানৰো দাবী ৰাইজৰ দলৰ।

ইয়াৰোপৰি গাড়ীৰ মালিকসকলৰ মাহেকীয়া কিস্তি ৰেহাই দিবলৈও আহ্বান ৰাইজৰ দলৰ।

এনেদৰেই আজিৰ সংবাদমেলৰ জৰিয়তে ৰাজ্য চৰকাৰৰ ওচৰত সকলোকে ভেকচিন প্ৰদানকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ দাবী তোলে ৰাইজৰ দলে। তাৰোপৰি, ক্ষতিগ্ৰস্ত অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ বাবে এখন বিশেষজ্ঞ সমিতি গঠনৰো দাবী তোলে ৰাইজৰ দলে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd