DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰে’ল ভৱনত কোভিড১৯ : দুসপ্তাহৰ ভিতৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে পাঁচজনলৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 25, 2020 7:11 pm
index.jpg33
396
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৰাজধানী ৰে’ল ভৱনত কৰ্মৰত আৰু এজন ব্যক্তিৰ শৰীৰত কোভিড১৯ পজিটিভ পোৱা গৈছে।

ইয়াৰ লগে লগে ভাৰতীয় ৰে’ল বিভাগৰ মুখ্য কাৰ্যালয়ত যোৱা দুটা সপ্তাহৰ ভিতৰত পাঁচজনলৈ বৃদ্ধি পালে কোভিড১৯ত আক্ৰান্তৰ সংখ্যা।

ৰে’ল ভৱনত কৰ্মৰত এজন জ্যেষ্ঠ বিষয়াৰ শৰীৰত কোভিড১৯ পজিটিভ পোৱা গৈছে।

আক্ৰান্ত বিষয়াজন যোৱা ২০ মে’লৈকে ৰে’ল ভৱনত নিজৰ কৰ্তব্যত উপস্থিত আছিল।

তেওঁৰ সৈতে ঘনিষ্ঠ সংস্পৰ্শলৈ অহা ১৪ জন কৰ্মচাৰীক ইতিমধ্যে কোৱাৰেন্টাইন কৰা হৈছে।

জ্যেষ্ঠ বিষয়াজন ক’ৰ’নাত আক্ৰান্ত হোৱাৰ লগে লগে ৰে’লৱে মুখ্য কাৰ্যায়লত আক্ৰান্তৰ সংখ্যা চাৰি জনলৈ বৃদ্ধি পালে।

যোৱা ১৩ মে’ত ৰে’ল ভৱনত তৃতীয়টো কোভিড১৯ পজিটিভ কেচ পোৱাৰ পিছতে সম্পূৰ্ণ ভৱনটোক চেনিটাইজ কৰাৰ বাবে দুদিন বন্ধ কৰি ৰখা হৈছিল।

১৪ আৰু ১৫ মে’ত চেনিটাইজ কৰাৰ পিছতহে ৰে’ল বিভাগৰ মুখ্য কাৰ্যালয়টো যোৱা ১৭ মে’ৰ পৰা পুনৰ খোলা হৈছিল।

Tags: COVID-19

Recent News

Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া

Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া

Assam Bio Refinery Private Limited

Assam Career : অসম বায়ো ৰিফাইনেৰী প্ৰাইভেট লিমিটেডত পদ খালী, কিদৰে কৰিব আবেদন?

নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd