DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰেল কৰ্মচাৰী ছাটাই, নতুন পেন্সন নীতিৰ বিৰুদ্ধে ৰঙিয়া ৰেল সংমণ্ডলত তীব্ৰ বিক্ষোভ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 12, 2019 8:16 am
railway-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

1.1k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ ৰেল বিভাগত কৰ্মৰত ৫৫ বছৰ উৰ্দ্ধৰ সকলো কৰ্মচাৰীকে বাধ্যতামূলক অৱসৰ দিয়াৰ বাবে চিন্তা-চৰ্চা কৰি থকা বুলি প্ৰচাৰিত খবৰৰ বিৰুদ্ধে বুধবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে এন এফ ৰেলৱে এমপ্লইজ য়ুনিয়নৰ ৰঙিয়া মাণ্ডলিক শাখায়।

ৰঙিয়াৰ ৰেল মাণ্ডলিক কাৰ্য্যালয়ৰ সন্মুখত শতাধিক কৰ্মচাৰীয়ে চৰকাৰৰ ল’ব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কাৰ্য্যসূচীত প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে ৰেল কৰ্মচাৰীৰ ওপৰত শোষণ নীতি বন্ধ কৰক, নতুন পেন্সন আঁচনি বাতিল কৰক, ৰেল বিভাগত কৰ্মচাৰী ছাটাই নচলিব আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

প্ৰতিবাদস্থলীত এন এফ ৰেলৱে এমপ্লইজ য়ুনিয়নৰ সহকাৰী সাধাৰণ সম্পাদক পি কে ৰস্তোগী আৰু সাংগঠনিক সম্পাদক কুশল কলিতা উপস্থিত থাকে।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰে আৰ্থিক মন্দাৱস্থা আৰু ভাৰতীয় ৰেলৱে লোকচানৰ সন্মুখীন হোৱা বুলি ঘোষণা কৰি ৰেল বিভাগত ৩০ বছৰ চাকৰিকাল সম্পূৰ্ণ কৰা আৰু ৫৫ বছৰৰ উৰ্দ্ধৰ সকলো কৰ্মচাৰীক চাটাই কৰাৰ বাবে যি পদক্ষেপ লোৱাৰ পথত আগবাঢ়িছে সেয়া কেতিয়াও মানি লোৱা নহ’ব বুলি মন্তব্য কৰে সহকাৰী সাধাৰণ সম্পাদক পি কে ৰস্তোগীয়ে।

ৰঙিয়াৰ মাণ্ডলিক শাখাৰ উপৰিও তিনিচুকীয়া ৰেল ষ্টেশ্যনত বুধবাৰে ৰেল কৰ্মচাৰী সকলে নতুন পেন্সন নীতি বাতিল কৰাকে ধৰি ভালেমান দাবী উত্থাপনেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd