DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, September 23, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

উৰিষ্যাৰ শোকাৱহ ৰে’ল দুৰ্ঘটনা: চিবিআই তদন্ত আহ্বান ৰে’ল মন্ত্ৰালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2023 10:06 pm
Odisha train accident
151
VIEWS
Share on FacebookShare on Twitter

উৰিষ্যাৰ বালাচোৰত শুকুৰবাৰে নিশা সংঘটিত হোৱা শোকাৱহ ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই- ৰ তদন্ত আহ্বান কৰিছে ৰে’ল মন্ত্ৰালয়ে। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সাংবাদিকৰ সৈতে বাৰ্তালাপৰ সময়ত এই বিষয়ে উল্লেখ কৰে।

ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে কাৰিকৰী বিসংগতিৰ পৰিণতিত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰিছিল আৰু অতি সোনকালে এই বিষয়ত সকলো তথ্য এক প্ৰতিবেদনত প্ৰকাশ পাব বুলি মন্তব্য কৰিছিল।

ইফালে ৰে’লৱেই উল্লেখ কৰা মতে, “চিগনেলিং ইন্টাৰফেৰেন্স”ৰ বাবে ক’ৰ’মেণ্ডেল এক্সপ্ৰেছখন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু ইয়াৰ ইঞ্জিন তথা ডবাই লুপ লাইনসমূহৰ এটাত ৰখাই থোৱা লোহাৰ অক্সাইডেৰে ভৰ্তি এখন মালবাহী ৰে’লত খুন্দা মাৰে।

ইয়াৰ ফলশ্ৰুতিত ক’ৰ’মেণ্ডেল এক্সপ্ৰেছৰ ডবাসমূহ তৃতীয় ট্ৰেকত সোমাই পৰে আৰু তীব্ৰ বেগত ওচৰ চাপি অহা বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছত খুন্দা মাৰে বুলি ৰে’লৱেই উল্লেখ কৰে।

আনহাতে, বিৰোধীয়ে দুৰ্ঘটনাৰ পিছতে ৰে’ল সুৰক্ষাৰ কেইবাটাও গুৰুতৰ ভুলৰ উল্লেখ কৰা ৰে’লৱেৰ অডিট প্ৰতিবেদনৰ বিষয়ে চৰ্চালৈ আনিছে। বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত সংসদত এই প্ৰতিবেদন দাখিল কৰা হৈছিল।

উল্লেখ্য যে, এই দুৰ্ঘটনাত ২৮৮ গৰাকী লোকৰ মৃত্যু হোৱা বুলি প্ৰাৰম্ভিক অৱস্থাত তথ্য আহিছিল যদিও আজি উৰিষ্যা চৰকাৰে দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৫ জন আৰু আঘাতপ্ৰাপ্তৰ সংখ্যা ১১৭৫ জন বুলি উল্লেখ কৰিছে।

উৰিষ্যা চৰকাৰৰ এই পৰিসংখ্যাই বালাচোৰৰ ৰে’ল দুৰ্ঘটনাক দেশৰ ভিতৰতে তৃতীয় ভয়াৱহ ৰে’ল দুৰ্ঘটনা হিচাপে পৰিগণিত কৰিছে।

Recent News

সাৱধান! মাহেকীয়াৰ সময়ত নাখাব চকলেট আৰু আইচক্ৰীম 

সাৱধান! মাহেকীয়াৰ সময়ত নাখাব চকলেট আৰু আইচক্ৰীম 

আকৌ পোহৰলৈ নিযুক্তি কেলেংকাৰী : চাকৰি দিয়াৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ বিজেপি নেতা

আকৌ পোহৰলৈ নিযুক্তি কেলেংকাৰী : চাকৰি দিয়াৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ বিজেপি নেতা

নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত : বিক্ৰী বন্ধ হ’ব পাৰে চিগাৰেটৰ

নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত : বিক্ৰী বন্ধ হ’ব পাৰে চিগাৰেটৰ

কথা পাহৰি যোৱাটো অভ্যাসত পৰিণত হৈছে নেকি? তেন্তে পঢ়ক এইটো লেখা –

কথা পাহৰি যোৱাটো অভ্যাসত পৰিণত হৈছে নেকি? তেন্তে পঢ়ক এইটো লেখা –

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd