• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাব্বাচ চৰকাৰ! ৰে’লত এবাৰ উঠি লগে লগে নামি আহিলেও ভৰিব লাগিব পাৰে ধন

NE NOW NEWS এন ই নাও নিউজ
, September 28, 2020 8:22 am

1 min read

gg
427
VIEWS
Share on FacebookShare on Twitter

ৰে’ল যাত্ৰা আৰু দেশত সুলভ হৈ নাথাকিব।

তাৰ সকলো ব্যৱস্থাই  ইতিমধ্যে চৰকাৰে কৰিছে।

ৰে’লত ব্যক্তিগত খণ্ডৰ কোম্পানীৰ অন্তৰ্ভূক্তিৰ বাট সুগম কৰি এতিয়া সাধাৰণ মানুহৰ পৰা ধন আহৰণ কৰাত ব্যস্ত হৈছে চৰকাৰ।

শেহতীয়াকৈ ৰে’ল বিভাগে দিয়া প্ৰস্তাৱ অনুসৰি ৰে’ল যাত্ৰী আৰু তেওঁলোকক ষ্টেছনলৈ আগবঢ়াই থবলৈ অহা লোকৰ ওপৰত আৰোপ কৰা হ’ব বিশেষ মাচুল।

ৰে’লত যাত্ৰা কৰাৰ বাবে যাত্ৰীয়ে টিকট ক্ৰয় কৰাৰ উপৰি যাত্ৰাৰ বাবে ৰে’ল খন ব্যৱহাৰ কৰাৰ বাবদ বেলেগকৈ ধন আদায় দিব লাগিব।

সেয়া ‘ইউজাৰ ফি’ হিচাবে লোৱা হ’ব। তদুপৰি ষ্টেছনলৈ যাত্ৰীক আগবঢ়াই থবলৈ যোৱাসকলে প্লেটফৰ্ম টিকটৰ লগতে ১০ টকা ‘ভিজিটৰ ফি’ হিচাবে ভৰিব লাগিব।

যাত্ৰীৰ ক্ষেত্ৰত দবা ভেদে ‘ইউজাৰ ফি’ বেলেগ বেলেগ হ’ব।

সেইমৰ্মে  অসংৰক্ষিত সাধাৰণ দবাত ১০ টকা,সংৰক্ষিত দবাত ২৫ টকা আৰু শীত-তাপ নিয়ন্ত্ৰিত দবাত ৫০ টকা ‘ইউজাৰ ফি’ ভৰিব লাগিব পাৰে।

ৰে’ল বিভাগে দিয়া এই প্ৰস্তাৱত যদি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাই তেন্তে আত্মীয় অথবা বন্ধুক  দেখা কৰিবলৈ গৈ ৰে’লত এবাৰ উঠি লগে লগে নামি আহিলেও আপুনি ভৰিব লাগিব অতিৰিক্ত ধন।

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd