• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰে’ল বিভাগত বন্ধ হ’ল ব্ৰিটিছৰ দিনৰ খালাচী প্ৰথা, বাংলো পিয়নৰ পদো বিলুপ্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 7, 2020 5:37 pm

1 min read

rail 1233
428
VIEWS
Share on FacebookShare on Twitter

দেশৰ বহু কেইটা বিভাগ এতিয়াও ব্ৰিটিছৰ দিনৰ ঢঙতে চলি আহিছে।

তেনে বিভাগ সমূহৰ ভিতৰত ৰে’ল বিভাগো এটা।

ৰে’ল বিভাগত বছৰৰ পিছত বছৰ ধৰি চলি অহা কেইবাটাও পদ এইবাৰ বিলুপ্তিৰ সিদ্ধান্ত লৈছে বিভাগটোৱে। মূলতঃ ব্যয় সংকোচনৰ লক্ষ্যৰেই ৰে’ল বিভাগত ব্ৰিটিছৰ দিনৰে পৰা থকা খালাচী অৰ্থাৎ টেলিফোন এটেণ্ডেণ্ট কাম ডাক খালাচীৰ পদ বন্ধ কৰি দিয়া হৈছে।

ৰে’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এতিয়াৰে পৰা এই পদ বিভাগটোত নাথাকিব।

একেদৰে বিভাগটোৰ পৰা বাংলো পিয়নৰ পদো বিলুপ্তি ঘটোৱা হৈছে। বাংলো পিয়ম পদত নিযুক্ত সকলে ৰে’ল বিভাগৰ উচ্চ পদস্থ বিষয়াৰ ঘৰত লগুৱাৰ দৰে কাম কৰি দিব লাগে।

ইয়াকে লৈ ৰে’ল বিভাগৰ একাংশ কৰ্মীৰ মাজত দীৰ্ঘ দিন ধৰি ক্ষোভৰো সৃষ্টি হৈ আহিছিল।

চৰকাৰী কৰ্মচাৰী হোৱাৰ পিছতো একে বিভাগৰে কৰ্মচাৰীৰ ঘৰত কাম কৰি দিবলগীয়া হোৱাৰ কথাই বহুতৰে আত্ম সন্মাণতো আঘাত হানি আহিছিল।

এতিয়া সেই পদকেই খাৰিজ কৰাৰ সিদ্ধান্ত লৈছে ৰে’ল বিভাগে।

উল্লেখ্য চলিত বৰ্ষৰ জুলাই মাহত ৰে’ল বিভাগত নতুনকৈ খালাচী পদত বহুতোকে নিযুক্তি দিয়া হৈছিল যদিও সেই নিযুক্তিত স্থগিতাদেশ জাৰি কৰা হৈছে।

ৰে’ল বিভাগৰ খৰচ কমোৱাৰ বাবে সভা-সমিতি আদি অনলাইন যোগে অনুষ্ঠিত কৰা,নতুন গাড়ী, কম্পিউটাৰ আদি ক্ৰয় নকৰা,সুৰক্ষা আৰু স্বাস্থ্য বিভাগক বাদ দি আন বিভাগত কেছ এৱাৰ্ড বন্ধ কৰা আদি ব্যৱস্থা হাতত লোৱা হৈছে।

Recent News

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd