DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশৰ চাৰি ধাম গংগোত্ৰী, যমুনোত্ৰী, কেদাৰনাথ, বদ্ৰীনাথলৈ নিৰ্মাণ হ’ব ৰে’লপথ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 24, 2020 10:58 am
Char Dham
369
VIEWS
Share on FacebookShare on Twitter

হিমালয়ৰ কোলাত অৱস্থিত দেশৰ চাৰি ধাম ক্ৰমে গংগোত্ৰী,যমুনোত্ৰী,কেদাৰনাথ,বদ্ৰীনাথলৈ নিৰ্মাণ হ’ব ৰে’লপথ।

প্ৰতিকূল পৰিবেশকো নেওচি উক্ত চাৰি ধামলৈ শীঘ্ৰে ৰে’ল পথ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব বুলি কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পিয়ুষ গোৱেলে প্ৰকাশ কৰিছে।

ৰে’ল মন্ত্ৰী গৰাকীয়ে টুইটাৰৰ জৰিয়তে ইে প্ৰসংগত কৈছে যে চাৰি ধামলৈ যাতে দৰ্শনাৰ্থী সকলে সুকলমে যাব পাৰে তাৰ বাবেই চাৰিওটা ধাম সামৰি ৰ’ল পথ নিৰ্মাণ কৰা হ’ব।

উল্লেখ্য উত্তৰাখণ্ডৰ অতি দুৰ্গম অঞ্চলত থকা চাৰি ধাম ক্ৰমে গংগোত্ৰী,যমুনোত্ৰী,কেদাৰনাথ,বদ্ৰীনাথলৈ  যাবলৈ ভক্তসকলে বহু কষ্ট কৰিবলগীয়া হয়।

ৰে’লপথ  নিৰ্মাণ হ’লে ভক্তসকলৰ কষ্ট ভালেখিনি লাঘৱ হ’ব বুলি ভৱা হৈছে।

মন্ত্ৰী গোৱেলে প্ৰকাশ কৰা মতে চাৰি ধাম সংযোগী ৰে’লপথৰ দৈৰ্ঘ্য হ’ব ৩২৭ কিলোমিটাৰ।

মুঠ চাৰিটা ৰে’লপথেৰে এই তীৰ্থস্থান কেইখনক সংযুক্ত কৰা হ’ব বুলি তেওঁ টুইটাৰত প্ৰকাশ কৰিছে।

এটা ৰে’লপথে গংগোত্ৰী আৰু যমুনোত্ৰীক সংযোগ কৰাৰ লগতে আন এটা ৰে’লপথে বদ্ৰীনাথ আৰু কেদাৰনাথক সংযোগ কৰিব।

ৰে’লপথ কেইটা ডেৰাদুন,পাউৰী,গাৰোৱাল,চামলি,ৰুদ্ৰপ্ৰয়াগ আৰু উত্তৰ কাশীৰ মাজেৰে পাৰ হৈ যাব বুলি ৰে’লমন্ত্ৰী গৰাকীয়ে টুইটাৰত  প্ৰকাশ কৰিছে।

 

Recent News

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd