DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

শীঘ্ৰেই বন্দে ভাৰত শ্লীপাৰ আৰু বন্দে ভাৰত মেট্ৰ’: ঘোষণা ৰে’লৱেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2023 4:42 pm
Vande Bharat
264
VIEWS
Share on FacebookShare on Twitter

বন্দে ভাৰত এক্সপ্ৰেছৰ জনপ্ৰিয়তাৰ পিছত এইবাৰ দেশত প্ৰচলন হ’ব বন্দে ভাৰতৰ শ্লীপাৰ আৰু মেট্ৰ’ সংস্কৰণ। অহা বৰ্ষতে বন্দে ভাৰত শ্লীপাৰ আৰু মেট্ৰ’ সংস্কৰণ প্ৰৱৰ্তন কৰিব ভাৰতীয় ৰে’লৱেই।

ৰে’লৱেৰ তথ্য অনুসৰি, বন্দে ভাৰতৰ এই শ্লীপাৰ সংস্কৰণ দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ বাবে প্ৰৱৰ্তন কৰা হ’ব। আনহাতে মেট্ৰ’ সংস্কৰণৰ দ্বাৰা কম দূৰত্ব অতিক্ৰম কৰাত যাত্ৰীসকলৰ সহায়ক হ’ব।

২০২৪ চনৰ মাৰ্চ মাহত বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ প্ৰথমখন শ্লীপাৰ ডবা মুকলি কৰা হ’ব। ইয়াৰ বিপৰীতে জানুৱাৰী মাহৰ ভিতৰতে মেট্ৰ’ৰ চলাচল আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

বন্দে ভাৰতৰ এই দুয়োটো নতুন সংস্কৰণ চেন্নাইৰ ভাৰতীয় ৰে’লৱেৰ ইন্টিগ্ৰেল ক’চ ফেক্টৰী (ICF) – এ নিৰ্মাণ কৰি আছে।

দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ বাবে ডিজাইন কৰা শ্লীপাৰ সংস্কৰণৰ গতিবেগ প্ৰতি ঘণ্টাত ২২০ কিলোমিটাৰ। অৱশ্যে ট্ৰেকত প্ৰতি ঘণ্টাত ২০০ কিলোমিটাৰ বেগত চলিব বুলি বিভাগে সদৰী কৰিছে।

তথ্য অনুসৰি, ৰে’লৱেই ৪০০ খন বন্দে ভাৰত ৰে’লৰ নিবিদা জাৰি কৰিছিল। দিল্লী-মুম্বাই আৰু দিল্লী-কলকাতা ট্ৰেকত বন্দে ভাৰতৰ শ্লীপাৰ ৰে’ল চলাচলৰ পূৰ্বে মেৰামতি কৰা হ’ব।

Recent News

প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

মণিপুৰৰ দুই শিক্ষাৰ্থীক হত্যাৰ ঘটনাত চাৰিজনক গ্ৰেপ্তাৰ, দুগৰাকী মহিলাক আটক চিবিআইৰ

মণিপুৰৰ দুই শিক্ষাৰ্থীক হত্যাৰ ঘটনাত চাৰিজনক গ্ৰেপ্তাৰ, দুগৰাকী মহিলাক আটক চিবিআইৰ

অৰুণাচলত আটক দুই আলফা (স্বাধীন) কেডাৰ

অৰুণাচলত আটক দুই আলফা (স্বাধীন) কেডাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd