DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 8, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় গৃহ মন্ত্ৰীক সাংসদ দিলীপ শইকীয়াৰ আহ্বান : অবৈধ অনুপ্ৰবেশকাৰী সম্বন্ধে বাংলাদেশ চৰকাৰৰ সৈতে কথা পাতক

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2019 8:25 pm
Amit Sah and Dilip Saikia

দিলীপ শইকীয়া আৰু অমিত শ্বাহ

855
VIEWS
Share on FacebookShare on Twitter

মঙলদৈ লোকসভা সমষ্টিৰ বিজেপিৰ সাংসদ দিলীপ শইকীয়াই সোমবাৰে লোকসভাৰ মজিয়াত অসমে অবৈধ বাংলাদেশীৰ পৰা লাভ কৰি অহা ক্ৰমাগত আগ্ৰাসনৰ প্ৰতি গভীৰ চিন্তা ব্যক্ত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়ন কৰাৰ বাবে আহ্বান জনায়।

লোকসভাত ৩৭৭ নং নিয়মৰ অধীনত বিষয়টো উত্থাপন কৰি শইকীয়াই এই ক্ষেত্ৰত গৃহমন্ত্ৰী শ্বাহক বিষয়টো বাংলাদেশ চৰকাৰৰ ওচৰতো উত্থাপন কৰাৰ বাবে অনুৰোধ কৰে।

‘‘বাংলাদেশ চৰকাৰৰ ওপৰত অবৈধ বাংলাদেশীসকলক ওভতাই লবৰ বাবে হেঁচা প্ৰয়োগ কৰিবৰ বাবে মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আহ্বান জনাইছো’’-সাংসদ শইকীয়াই এনেদৰে কয়।

ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৭০,০০০ বিঘা কৃষিভূমি অবৈধ বাংলাদেশীয়ে বেদখল কৰি আছে বুলিও সদনত দিলীপ শইকীয়াই উত্থাপন কৰে।

উল্লেখযোগ্য যে, সাংসদ শইকীয়াই অসমৰ ৩৭ টা বিধানসভা সমষ্টি অনুপ্ৰৱেশকাৰীৰ নিয়ন্ত্ৰণলৈ যোৱা, অনুপ্ৰৱেশকাৰীয়ে স্থানীয় নাগৰিকৰ ৰাজনৈতিক-আৰ্থিক-সামাজিক অধিকাৰ খৰ্ব কৰা আৰু বিগত পাঁচ বছৰত মংগলদৈত ৩ লাখ ভোটাৰ বৃদ্ধি হোৱা, সত্ৰ সমূহৰ ভূমি বেদখল কৰা আদি বিষয় উত্থাপন কৰি লোকসভাৰ অধ্যক্ষৰ দৃষ্টি আকৰ্ষণ কৰে।

Recent News

Anti-Corruption Drive: ৩৫ হেজাৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল মাটিয়া থানাৰ সহকাৰী উপ পৰিদৰ্শক চবিন পাল দাস

Anti-Corruption Drive: ৩৫ হেজাৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল মাটিয়া থানাৰ সহকাৰী উপ পৰিদৰ্শক চবিন পাল দাস

টিপং কয়লাখনিৰ পৰা ১ কোটিৰো অধিক মূল্যৰ লোহা চুৰি; সাংবাদিকৰ বিৰুদ্ধে বিৰূপ মন্তব্য মহকুমা আৰক্ষীৰ

টিপং কয়লাখনিৰ পৰা ১ কোটিৰো অধিক মূল্যৰ লোহা চুৰি; সাংবাদিকৰ বিৰুদ্ধে বিৰূপ মন্তব্য মহকুমা আৰক্ষীৰ

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd