• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মাৰাঠী বিৰোধী’ পোষ্ট! মুম্বাইৰ মাৰোৱাৰী দোকানীক ৰাজহুৱাভাৱে অপদস্থ ৰাজ থাকৰেৰ দলৰ কৰ্মীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2025 3:33 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ কৰ্মীসকলে মুম্বাইৰ ভিক্ৰ’লিত “মাৰাঠী সম্প্ৰদায়ক অপমান” কৰি হোৱাটছএপ ষ্টেটাছ পোষ্ট কৰাৰ অভিযোগত এজন মাৰোৱাৰী দোকানীক শাৰীৰিকভাৱে আক্ৰমণ কৰি ক্ষমা খুজিবলৈ বাধ্য কৰাৰ অভিযোগ উঠিছে।

মাৰাঠী ভাষাক লৈ ৰাজ থাকৰে নেতৃত্বাধীন দলটোৰ কৰ্মীসকলে বহুতকে আক্ৰমণ কৰা অনুৰূপ ঘটনাৰ কিছুদিন পিছতে এই ঘটনা প্ৰকাশ পাইছে।

Apply Now

অনলাইনত বিয়পি পৰা এটা ভিডিঅ’ত এম এন এছৰ কৰ্মীসকলে তেওঁৰ হোৱাটছএপ পোষ্টক লৈ মুখামুখি হ’বলৈ দোকানৰ বাহিৰত দোকানীজনক ঘেৰি ধৰে। ইয়াৰ পিছতে দলটোৱে লোকজনক তিৰস্কাৰ কৰি শাৰীৰিক নিৰ্যাতন চলাই সমগ্ৰ মাৰাঠী জনগোষ্ঠীৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈ বাধ্য কৰা বুলি অভিযোগ উঠিছে। দোকানীজনে কাণ দুখনত ধৰি হাতযোৰ কৰি ক্ষমা খোজে।

ভিডিঅ’টোত দেখা গৈছে যে এম এন এছৰ কৰ্মীসকলে আনক মাৰাঠী ভাষা আৰু সংস্কৃতিক অসন্মান নকৰিবলৈ সকীয়াই দিছে। ‘মাৰাঠী মানুহ’ক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰা ব্যক্তিসকলৰ মালিকানাধীন দোকানৰ পৰা সামগ্ৰী ক্ৰয় নকৰিবলৈও স্থানীয় জনসাধাৰণক আহ্বান জনায়।

মাত্ৰ কেইদিনমানৰ আগতে এম এন এছৰ সদস্যসকলে মাৰাঠী ভাষাত কথা নোকোৱাৰ বাবে থানেৰ এজন খাদ্যৰ দোকানৰ মালিকক আক্ৰমণ কৰাৰ ঘটনা কেমেৰাত বন্দী হোৱাৰ পিছত এই শেহতীয়া ঘটনাটো ঘটিছে। ঘণ্টাৰ ভিতৰতে কৰ্মীসকলক গ্ৰেপ্তাৰ কৰি এঘন্টাৰ ভিতৰতে জামিনত মুকলি কৰি দিয়া হয়।

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰকাশ পোৱা এই কাণ্ডৰ ভাইৰেল ভিডিঅ’ত দেখা গৈছিল যে একাংশই এম এন এছৰ প্ৰতীক থকা স্কাৰ্ফ পিন্ধিছিল।

একেধৰণৰ ঘটনাত মীৰা ৰোডত আন এজন দোকানীক প্ৰহাৰ কৰা হৈছিল। মাৰাঠী ক’বলৈ অস্বীকাৰ কৰাৰ বাবে এজন অট’ৰিক্সা চালককো আক্ৰমণ কৰা হৈছিল।

এম এন এছৰ মুৰব্বী ৰাজ থাকেৰেই খুড়াকৰ পুত্ৰ ভাতৃ তথা শিৱসেনাৰ মুৰব্বী ৰাজ থাকৰেৰ সৈতে পুনৰ মিলন সমাৱেশৰ সময়ত মাৰাঠীক অপমান কৰা লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সময়ত তেওঁৰ কৰ্মীসকলে ভিডিঅ’ শ্বুট কৰা উচিত নহয় বুলি কৈছিল।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱীছে এই ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি মন্তব্য কৰে যে হিংসাৰ আশ্ৰয় নোলোৱাকৈ মাৰাঠীক সন্মান কৰা উচিত।

সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ এইদৰে কয়, ‘আমি মাৰাঠীক সন্মান কৰো, কিন্তু ইয়াৰ নামত হিংসা সহ্য কৰা নহ’ব। হিংসাৰ আশ্ৰয় লোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ভাৰতৰ কোনো ভাষাক অসন্মান কৰিবলৈ দিয়া নহ’ব।‘

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd