• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ধৰ্ষিতাক যৌন সম্ভোগৰ প্ৰস্তাৱ দি গ্ৰেপ্তাৰ হ’ল সহকাৰী আৰক্ষী আয়ুক্ত : চৰকাৰে দিলে বাধ্যতামূলক অৱসৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 21, 2021 3:04 pm

1 min read

index.jpg
12.8k
VIEWS
Share on FacebookShare on Twitter

এগৰাকী ধৰ্ষিতাক যৌন সম্ভোগৰ প্ৰস্তাৱ দি গ্ৰেপ্তাৰ হৈছে ৰাজস্থানৰ এগৰাকী সহকাৰী আৰক্ষী আয়ুক্ত।

উল্লেখ্য যে ৫২ বছৰীয়া আৰক্ষী বিষয়াগৰাকীয়ে এগৰাকী ধৰ্ষিতাক আইনী পদক্ষেপ গ্ৰহণৰ বিনিময়ত তেওঁৰ সৈতে যৌন সম্ভোগ কৰিবলৈ জোৰ কৰিছিল। ইয়াৰ পিছতে ধৰ্ষিতাগৰাকীয়ে সহকাৰী আৰক্ষী আয়ুক্তগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।

উক্ত অভিযোগৰ ভিত্তিত যোৱা ১৪ মাৰ্চত কৈলাশ চান্দ ব’হ্ৰা নামৰ সহকাৰী আৰক্ষী আয়ুক্তগৰাকীক ৰাজস্থান আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে।

আনহাতে শনিবাৰে আৰক্ষী বিষয়াগৰাকীক বাধ্যতামূলক অৱসৰ প্ৰদান কৰিছে ৰাজস্থান চৰকাৰে। ৰাজ্যখনৰ মুখ্য সচিব(গৃহ) অভয় কুমাৰে কয় যে ‘ৰাজহুৱা স্বাৰ্থ’ৰ খাতিৰত সহকাৰী আয়ুক্তগৰাকীক বাধ্যতামূলক অৱসৰ প্ৰদান কৰা হৈছে।

ৰাজস্থান অসামৰিক সেৱা(পেঞ্চন) নীতি ১৯৯৬ৰ ৫৩(১) ধাৰাৰ অধীনত ২৪ বছৰ আৰক্ষী বিভাগত সেৱা আগবঢ়োৱা বিষয়াগৰাকীক এই অৱসৰ প্ৰদান কৰা হৈছে বুলি নিৰ্দেশনাটোত কোৱা হৈছে।

উল্লেখ্য যে ৰাজস্থান আৰক্ষীৰ দুৰ্নীতি নিৰ্বাৰক শাখাই গ্ৰেপ্তাৰ কৰা ব’হ্ৰাই ধৰ্ষিতা মহিলাগৰাকীক আইনী পদক্ষেপ গ্ৰহণৰ বাবে প্ৰথমে ধন দাবী কৰিছিল। ধন দিবলৈ অমান্তি হোৱাত মহিলাগৰাকীক পিছত যৌন সম্ভোগৰ প্ৰস্তাৱ দিছিল আৰক্ষী বিষয়াগৰাকীয়ে।

বৰ্তমান সহকাৰী আৰক্ষী আয়ুক্তগৰাকীৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৰাজস্থান আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই।

Recent News

Bhitali Das1

অৱশেষত কোভিডৰে হাৰ মানিলে কণ্ঠশিল্পী ভিতালী দাসে :সন্ধিয়া ৭.০৫ বজাত শেষ নিশ্বাস ত্যাগ

Himanta-Biswa-Sarma-2-750x375

নিৰ্বাচনৰ সময়ত কোভিড নাছিল! স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কিমান যুক্তিসংগত?

HBS press meet

স্থগিত হ’ব নেকি ৰাজ্যৰ হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা! কি ক’লে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Sunidhi

বলিউদৰ দুই বিখ্যাত সংগীত পৰিচালকে কিয় সুনীধি চৌহানক বেগ সামৰি ঘৰলৈ ওভতি যাবলৈ কৈছিল?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd