• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাৰ মাজত বহি শঙ্খ বজায়ো ক’ৰ’ণাৰ পৰা ৰেহাই নাপালে এইগৰাকী সাংসদে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 16, 2020 5:42 pm

2 min read

pjimage---2020-
216
VIEWS
Share on FacebookShare on Twitter

বোকাৰ মাজত বহি শঙ্খ বজালেই দূৰতে বিদূৰ হ’ব ক’ৰ’ণা ভাইৰাছ—কিছুদিন পূৰ্বে এই দাবী কৰিছিল এগৰাকী সাংসদে।

তেওঁ বোকাৰ মাজত বহি কিদৰে শঙ্খ বজাব লাগে সেয়াও দেখুৱাই দিছিল।

সাংসদগৰাকীৰ এনে প্ৰতিবিধানে কাৰোৱাক ক’ৰ’ণা ভাইৰাছৰ পৰা ৰক্ষা কৰিব পাৰিছেনে নাই সেয়া জানিব পৰা হোৱা নাই যদিও সাংসদগৰাকী নিজে পিছে এনে উপায় অৱলম্বন কৰিও লাভৱান নহ’ল।

সংসদৰ বৰ্ষাকলীন অধিৱেশন আৰম্ভ হোৱাৰ সময়তে ক’ৰ’ণা ৰোধৰ প্ৰতিবিধান দিয়া ৰাজস্থানৰ চাৱাই মাধোপুৰ সমষ্টিৰ সাংসদ সুখবীৰ সিং জৌনপুৰীয়া ক’ৰ’ণাত আক্ৰান্ত হৈছে।

বিজেপিৰ সাংসদ সুখবীৰ সিং জৌনপুৰীয়াই এই দাবী কৰি কৈছিল যে ক’ৰ’ণা ভাইৰাছ প্ৰতিহত কৰিবলৈ কোনো দৰৱৰ প্ৰয়োজন নাই।

বোকাত বহি শঙ্খ বজালেই ক’ৰ’ণা ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে।

সাংসদ গৰাকীয়ে নিজে বোকাৰ মাজত বহি শঙ্খ বজোৱাৰ এটা ভিডিঅ’ও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল।

ভিডিঅ’টো চাই বহুতৰে হাঁহিত ৰ’ৱ নোৱাৰা অৱস্থা হৈছিল।

যি ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে বিশ্বৰ বিজ্ঞানী সকলে উদয়াস্ত গৱেষণা অব্যাহত ৰাখিছে সেই ভাইৰাছৰ পৰা হাত সাৰি থকাৰ সহজ উপায় উদ্ভাৱন কৰি চৰ্চাৰ বিষয় হৈ পৰিছিল ৰাজস্থানৰ বিজেপি সাংসদ গৰাকী।

সাংসদ জৌনপুৰীয়াৰ মতে বৰষুণত তিতিলে,বোকাৰে গা লেটিয়াই ল’লে দেহৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু ক’ৰ’ণা ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে।

কিছুদিন পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালেও পাপড় খালে ক’ৰ’ণা ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে বুলি দাবী কৰিছিল আৰু ইয়াৰ কিছুদিন পিছতে তেওঁ ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd