DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

লজ্জানত মানৱ সমাজ: নিজৰ কন্যাক শিকলিৰে বান্ধি বাৰম্বাৰ ধৰ্ষণ পাষাণ পিতৃৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 17, 2023 6:47 pm
girl raped by father
140
VIEWS
Share on FacebookShare on Twitter

পিতৃ-কন্যাৰ সম্পৰ্কক কলূষিত কৰি এক ঘৃণনীয় অপৰাধৰ অভিযোগত অভিযুক্ত হৈছে এগৰাকী ব্যক্তি। নিজ কন্যাক শিকলিৰে বান্ধি কেইবাদিনো ধৰি উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে এই ব্যক্তিগৰাকীৰ বিৰুদ্ধে। মানৱ সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে ৰাজস্থানত।

অভিযোগ অনুসৰি ৰাজস্থানৰ জালৌ জিলাৰ এগৰাকী ১৭ বছৰীয়া কিশোৰীক নিজৰ পিতৃয়ে ঘৰত শিকলিৰে হাত ভৰি বান্ধি বহুদিন ধৰ্ষণ চলাই আহিছিল। জানিব পৰা মতে নিজৰ পিতৃক আন এগৰাকী মহিলাৰে সৈতে আপত্তিজনক অৱস্থাত প্ৰত্যক্ষ কৰিছিল কিশোৰীগৰাকীয়ে।

ইয়াৰ পিছতে পিতৃয়ে এটা গৃ্হত শিকলিৰে হাত ভৰি বান্ধি নিজৰ কন্যাৰ ওপৰতে শাৰীৰিক নিৰ্যাতন চলোৱা আৰম্ভ কৰে। এনেদৰে কেইবাবাৰো পিতৃৰ হাতত ধৰ্ষিতা হোৱা কিশোৰীগৰাকীয়ে সুযোগ বুজি সেই স্থানৰ পৰা পলায়ন কৰে।

পিতৃৰ ওচৰৰ পৰা পলায়ন কৰি ভুক্তভোগী কিশোৰীগৰাকী নিজৰ মাতৃ আৰু ককাকৰ ওচৰলৈ গৈ সকলো ঘটনা ব্যক্ত কৰে। কিশোৰীগৰাকী মাতৃগৰাকীয়ে তেখেতৰ স্বামীয়ে তেখেতৰ জীয়ৰীৰ লগত কৰা এই ঘৃণনীয় কাণ্ডৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে।

ইতিমধ্যে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ পোৱা গৈছে। এগৰাকী আৰক্ষী বিষয়াই নিৰ্যাতনৰ বলি হোৱা কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে।

Recent News

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নতুন অভিযোগৰ মধ্যমনি ব্লক ইনকৰ্পোৰেটেডৰ বিত্তীয় মুৰব্বী অমৃতা আহুজা!

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নতুন অভিযোগৰ মধ্যমনি ব্লক ইনকৰ্পোৰেটেডৰ বিত্তীয় মুৰব্বী অমৃতা আহুজা!

উত্তৰ-পূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ

উত্তৰ-পূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ

Rahul Gandhi

সাংসদ পদ হেৰুৱালে ৰাহুল গান্ধীয়ে: লোকসভাৰ সদস্য পদৰ বাবে অযোগ্য ঘোষণা

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd