• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোহালিত পঢ়া-শুনা কৰিয়েই মেজিষ্ট্ৰেটৰ আসনত এই গৰাকী যুৱতী, কোন এওঁ?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 28, 2020 4:10 pm

1 min read

a sonal_sharma
17.5k
VIEWS
Share on FacebookShare on Twitter

কোনো শীত-তাপ নিয়ন্ত্ৰিত কোঠাত নহয়, পুতি গোন্ধময় গোহালিত বহি পঢ়া-শুনা কৰিয়েই সাফল্যৰ শিখৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে এই গৰাকী যুৱতীয়ে।

যযুৱতী গৰাকীৰ নাম সোণাল শৰ্মা।

সোণালৰ পিতৃয়ে গাখীৰ বেচিয়েই ৬ জনীয়া পৰিয়ালটো কিবাকৈ চলাই নিছে।

পঢ়া-শুনা কৰিবলৈ সোণালৰ নাই কোনো সুকীয়া কোঠা। সেইবাবে গৰুৰ সৈতে একেলগে থাকি পাঠ গ্ৰহণ কৰিছিল সোণালে।

এনেদৰে চৰম দুৰ্দশাৰ মাজেৰে অধ্যয়ন কৰিও জিলিকি উঠিবলৈ সক্ষম হৈছে সোণাল।

ৰাজস্থানৰ বাসিন্দা সোণালে শেহতীয়াকৈ ৰাজস্থান জুডিচিয়েল চাৰ্ভিচত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে।

ইতিমধ্যে তেওঁ গোহালিত পঢ়িয়েই বিএ,এলএলবি আৰু এলএলএম উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।

সোণালৰ পিতৃ খেয়ালি লাল শৰ্মাই গৰুৰ গাখীৰ বেচিয়েই ঘৰখন চলাই আহিছে।

গোহালিতে পঢ়ি জুডিচিয়েল চাৰ্ভিচৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা সোণালে এবছৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছত মেজিষ্ট্ৰেট হিচাবে যোগদান কৰিব পাৰিব।

কষ্টৰ মাজেৰে লাভ কৰা এনে প্ৰাপ্তিত নথৈ আনন্দিত সোণাল।

কন্যাৰ সাফল্যত সমানে সুখী পিতৃ খেয়ালী লাল শৰ্মাও।তেওঁৰ মতে ভগৱানে তেওঁলোকলৈ চকু মেলি চাইছে। সোণালৰ কাহিনী এতিয়া দেশজুৰি চৰ্চিত হৈছে।

Recent News

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd