• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজস্থান কংগ্ৰেছত বিদ্ৰোহৰ উকমুকনি, অজয় মাকেনৰ পদত্যাগে অস্বস্তিত পেলাইছে কংগ্ৰেছৰ শীৰ্ষ মহলক

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 17, 2022 3:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ সময়ত ৰাজস্থানৰ ৰাজনীতি আলোচনাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল। ৰাজ্য খনৰ মুখ্যমন্ত্ৰী অশোক গেহলটে সভাপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ পদ এৰি দিব বুলি কথা ওলোৱাৰ পিছতে মুখ্যমন্ত্ৰীৰ চকী খনকলৈ তুমুল টনা-আজোৰা আৰম্ভ হৈছিল। অৱশ্যে গেহলটে পিছত সভাপতি পদত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি ঘোষণা কৰাৰ পিছতে পৰিস্থিতি কিছু শান্ত হৈছিল।

সেই সময়ত আৰম্ভ হোৱা ৰাজনৈতিক অচলাৱস্থাৰ পাৰ্শ্বক্ৰিয়া পিছে এতিয়াও অব্যাহত আছে। তাৰেই প্ৰমাণ হিচাবে কংগ্ৰেছ নেতা অজয় মাকেনে দলৰ ৰাজস্থানৰ দায়িত্বৰ পৰা পদ ত্যাগ কৰিছে। বিশেষ সূত্ৰই জনাইছে যে ছেপ্টেম্বৰৰ শেষৰ ফালে মুখ্যমন্ত্ৰী অশোক গেহলটে শেষ মুহূৰ্তত কংগ্ৰেছ সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ গৈ পদ ত্যাগ কৰিবলৈ অস্বীকাৰ কৰাৰ সময়তে মাকেন অসন্তুষ্ট হৈ পৰিছিল।

Apply Now

তাৰেই পৰিণতিত তেওঁ পদত্যাগ কৰা বুলি ধাৰণা কৰা হৈছে।উল্লেখ্য ইয়াৰ পূৰ্বে গেহলটৰ অনুগত ৯০ জনতকৈও অধিক বিধায়কে দলৰ এক গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত থাকিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকে কংগ্ৰেছৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিলে ৰাজস্থানত গেহলটক তেওঁৰ প্ৰতিদ্বন্দী শচীন পাইলটৰ প্ৰতিপক্ষ ৰূপে প্ৰক্ষেপ কৰাৰ ভাবুকি দিছিল।

মাকেনে আশা কৰিছিল যে দলটোৱে বিধায়কসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’ব, কিন্তু তেনে কোনো ঘটনা নঘটিল। ফলত তেওঁ কংগ্ৰেছৰ ৰাজস্থানৰ দায়িত্বৰ পৰা পদ ত্যাগ কৰাৰ সিদ্ধান্তত গ্ৰহণ কৰে। পদত্যাগ পত্ৰখনত মাকনে কয়, “যোৱা তিনি প্ৰজন্ম ধৰি কংগ্ৰেছৰ আদৰ্শৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছো। ৪০ বছৰতকৈও অধিক সময় ধৰি সক্ৰিয় ৰাজনীতিত থকাৰ বাবেই মই সদায় ৰাহুলজীৰ এজন উৎসাহী অনুগামী হৈ থাকিম, যাক মই বিশ্বাস কৰোঁ ।”

পত্ৰখনত মাকেনে কয় যে তেওঁ ট্ৰেড ইউনিয়ন আৰু অলাভজনক বিষয়ৰে জৰিয়তে কামত কামত মনোনিবেশ কৰিব বিচাৰে। তেওঁ বায়ু প্ৰদূষণৰ বিষয়টোত অধিক গুৰুত্ব দিব বিচাৰে। পথৰ কাষৰ বিক্ৰেতা আৰু বস্তিবাসীসকলৰ অধিকাৰৰ বাবেওঁ তেওঁ যুঁজ দি যাব।কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজ্যিক মন্ত্ৰী হিচাপে তেওঁ এনে বোৰ বিষয়ত গুৰুত্ব দিছিল বুলিও কয়।

উল্লেখ্য মাকনে দলটোক ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ আগতে ৰাজস্থানৰ নতুন ভাৰপ্ৰাপ্ত বিষয়া নিয়োগ কৰিবলৈ কৈছিল।৪ ডিচেম্বৰত ৰাজ্য খনত এটা উপ-নিৰ্বাচনো আছে। ছেপ্টেম্বৰৰ সংকটৰ সময়ত মাকেনে তিনিজন বিধায়কৰ বিৰুদ্ধে ক্ৰমে মহেশ যোশী, ধৰ্মেন্দ্ৰ ৰাঠৌৰ, আৰু শান্তি ধাৰিৱালৰ বিৰুদ্ধে বিশেষভাৱে ব্যৱস্থা ল’বলৈ বিচাৰিছিল । কিন্তু সেয়া কৰাত তেওঁ বাধা পাইছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd