• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঐতিহাসিক ইডেনত ৰিয়ানৰ বেটিং পৰাক্ৰমত বিধ্বস্ত কলকাতা নাইট ৰাইডাৰ্ছ

ৰিয়ানৰ ৪৭ ৰানৰ সহায়ত অন্তিম অ'ভাৰত ৰোমাঞ্চকৰ জয় ৰাজস্থান ৰয়েলছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 26, 2019 8:55 am
Riyan Parag

‘গেইমচেঞ্জাৰ অব দা মেটচ’ বঁটা গ্ৰহণ কৰাৰ সময়ত ৰিয়ান পৰাগ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে দৰ্শনীয় ইনিংছ খেলি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰেক্ষাপটত ব্যাপক চৰ্চিত হোৱা অসমৰ ১৭ বছৰীয়া ৰিয়ান পৰাগে দেখুৱালে আন এক চমক। বৃহস্পতিবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে বিস্ফোৰক ইনিংছ খেলি ৰাজস্থান ৰয়েলছৰ বিজয়ত মুখ্য ভূমিকা গ্ৰহণ কৰে ৰিয়ান পৰাগে।

কালিৰ মেচখনত কলকাতা নাইট ৰাইডাৰ্ছে ৰাজস্থান ৰয়েলছক বান্ধি দিয়া ১৭৬ ৰানৰ লক্ষ্য পিছা কৰিবলৈ আহি বিপদত পৰা ৰাজস্থানৰ সংকটমোচক হয় ৰিয়ান। ৰিয়ানৰ ৩১ বলত ৪৭ ৰানৰ বিস্ফোৰক ইনিংছৰ বাবেই চাৰিটা বল বাকী থকা অৱস্থাত মেচখনত ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰে ৰাজস্থানে।

Apply Now

৫টা চাৰি ২টা ছয়ৰ সহায়ত নিজৰ ইনিংছটো সজোৱা ৰিয়ানে সপ্তম উইকেইটৰ যুটীত আৰ্চাৰৰ সৈতে গুৰুত্বপূৰ্ণ ৪৪ ৰানৰ বৰঙনি আগবঢ়ায়। অত্যন্ত শিহৰণকাৰী মেচখনত এই দুয়োজন বেটছমেনে ৰাজস্থান ৰয়েলছৰ বিজয়ৰ মূল নায়ক।

সাহসিকতাৰে ক্ৰিজত থাকি এক নিশ্চিত পৰাজয়ৰ গৰাহৰ পৰা ৰাজস্থানক উদ্ধাৰ কৰা ৰিয়ানক বিস্ফোৰক ইনিংছটোৰ বাবে ‘গেইমচেঞ্জাৰ অব দা মেচ’ সন্মানেৰে সন্মানিত কৰা হয়। আনহাতে কালিৰ মেচখনত ৪ অ’ভাৰত ২০ ৰান খৰছ কৰি ২টা উইকেট দখল কৰা ৰাজস্থানৰ স্পীডষ্টাৰ বৰুন এৰ’নে লাভ কৰে মেন অব দা মেটচ।

মন কৰিব লগীয়া যে কালিৰ মেচখনতো ৰিয়ানে অৰ্ধ শতকৰ পৰা তিনি ৰান দূৰত ৰৈ যায়। যাৰ বাবে আই পি এলৰ ইতিহাসত কনিষ্ঠতম অৰ্ধশতক অৰ্জনকাৰী বেটছমেন ৰূপে পৰিগণিত হোৱাৰ পৰা দ্বিতীয়টো সুযোগ হেৰুৱাই ৰিয়ান পৰাগে।

উল্লেখ্য যে কলকাতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে বেট ধৰি অধিনায়ক দীনেশ কাৰ্তিকৰ বিস্ফোৰক ৯৭ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অ’ভাৰত ৰাজস্থানক ১৭৫ ৰানৰ লক্ষ্য বান্ধি দিয়ে।

ইয়াৰ প্ৰত্যুত্তৰত ৰাজস্থানে ৭টা উইকেট হেৰুৱাই চাৰিটা বল বাকী থকা অৱস্থাত মেচখনত বিজয়ী হয়।

ৰিয়ানৰ সাফল্যৰ বিষয়ে কি ক’লে পিতৃ তথা প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ পৰাগ দাসে। চাওক নৰ্থ-ইষ্ট নাওৰ আছুতীয়া সাক্ষাৎকাৰ 

এন ই নাও নিউজ

এন ই নাও নিউজ

নিউজ, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd