• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৰ’না আতংক : ৰজাধানী, দুৰন্ত এক্সপ্ৰেছকে ধৰি ২৩ খন ৰে’লৰ চলাচল বাতিল

এন ই নাও নিউজ by এন ই নাও নিউজ
March 18, 2020 12:14 pm
Rajdhani Express

ৰাজধানী এক্সপ্ৰেছ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত ভাৰতত তিনিগৰাকী লোকৰ মৃত্যু হোৱাৰ পাছত কেন্দ্ৰীয় ৰেলৱে মঙলবাৰে ৰাজধানী এক্সপ্ৰেছ আৰু দুৰন্ত এক্সপ্ৰেছৰ লগতে মুঠ ২৩ খন ৰে’লৰ সেৱা বাতিল কৰিছে।

বাতিল হোৱা ৰে’ল সমূহৰ ভিতৰত মুম্বাই-পুনে ডেক্কান এক্সপ্ৰেছ ১৯ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ, হাওৰা-মুম্বাই দুৰন্ত এক্সপ্ৰেছ মাৰ্চৰ ২২ তাৰিখৰ পৰা ৩১ মাৰ্চলৈ আৰু মুম্বাইৰ পৰা দিল্লীলৈ চলাচল কৰা ৰাজধানী এক্সপ্ৰেছ ২০,২৩,২৭ আৰু ৩০ তাৰিখলৈ বাতিল কৰা হৈছে।

Apply Now

কেন্দ্ৰীয় ৰেলৱে বাতিল কৰা ৰে’ল সমূহৰ সম্পুৰ্ণ তালিকা-

১) ১১০০৭ মুম্বাই-পুনে ডেক্কান এক্সপ্ৰেছ, ১৯ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ

২) ১১০০৮ পুনে-মুম্বাই ডেক্কান এক্সপ্ৰেছ, ১৮ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ

৩) ১১২০১ এল টি টি-আজনি এক্সপ্ৰেছ, ২৩ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ

৪) ১১২০২ আজনি-এল টি টি এক্সপ্ৰেছ, ২০ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ

৫) ১১২০৫ এল টি টি-নিজামাবাদ এক্সপ্ৰেছ, ২১ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ

৬) ১১২০৬ নিজামাবাদ-এল টি টি এক্সপ্ৰেছ, ২২ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ

৭) ২২১৩৫/২২১৩৬ নাগপুৰ-ৰেৱা এক্সপ্ৰেছ, ২৫ মাৰ্চত

৮) ১১৪০১ মুম্বাই-নাগপুৰ নন্দীগ্ৰাম এক্সপ্ৰেছ, ২২ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ

৯) ১১৪০২ নাগপুৰ-মুম্বাই নন্দীগ্ৰাম এক্সপ্ৰেছ, ২২ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ

১০) ১১৪১৭ পুনে-নাগপুৰ এক্সপ্ৰেছ, ২৬ মাৰ্চৰ পৰা ২ এপ্ৰিললৈ

১১) ১১৪১৮ নাগপুৰ-পুনে এক্সপ্ৰেছ, ২০ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ

১২) ২২১৩৯ পুনে-আজনি এক্সপ্ৰেছ ২১ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ

১৩) ২২১৪০ আজনি-পুনে এক্সপ্ৰেছ ২২ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ

১৪) ১২১১৭/১২১১৮ এল টি টি-মানমদ এক্সপ্ৰেছ, ১৮ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ

১৫) ১২১২৫ মুম্বাই-পুনে প্ৰগতি এক্সপ্ৰেছ, ১৮ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ

১৬)১২১২৬ পুনে-মুম্বাই প্ৰগতি এক্সপ্ৰেছ, ১৯ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ

১৭) ২২১১১ ভূচভল-নাগপুৰ এক্সপ্ৰেছ, ১৮ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ

১৮) ২২১১২ নাগপুৰ-ভূচভল এক্সপ্ৰেছ, ১৯ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ

১৯) ১১৩০৭/১১৩০৮ কালাবুৰাগি-ছেকেন্দ্ৰাবাদ এক্সপ্ৰেছ, ১৮ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ

২০) ১২২৬২ হাওৰা-মুম্বাই দুৰন্ত এক্সপ্ৰেছ, ২৪ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ

২১) ১২২৬১ মুম্বাই-হাওৰা দুৰন্ত এক্সপ্ৰেছ, ২৫ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ

২২) ২২২২১ চিএছএমটি-নিজামুদ্দিন ৰাজধানী এক্সপ্ৰেছ, ২০,২৩,২৭ আৰু ৩০ মাৰ্চ

২৩) ২২২২২ নিজামুদ্দিন-চিএছএমটি ৰাজধানী এক্সপ্ৰেছ ২১, ২৪, ২৬ আৰু ৩১ মাৰ্চ

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টা ৰংবং তেৰাঙে লিখিব নতুন উপন্যাস “ককাদেউতাৰ চাংঘৰ”

“ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টা ৰংবং তেৰাঙে লিখিব নতুন উপন্যাস “ককাদেউতাৰ চাংঘৰ”

June 22, 2026 9:53 am
ছৌদি আৰৱক ৪-০ গ’ল, বিশ্বকাপত প্ৰথম জয় স্পেইনৰ; ইয়ামাল নমাৰ পিছতেই বিধ্বংসী স্পেনিছ আৰ্মাডা

ছৌদি আৰৱক ৪-০ গ’ল, বিশ্বকাপত প্ৰথম জয় স্পেইনৰ; ইয়ামাল নমাৰ পিছতেই বিধ্বংসী স্পেনিছ আৰ্মাডা

June 22, 2026 9:28 am
গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ মহিলা আৰক্ষী কনিষ্টবলৰ মৃতদেহ, তদন্তত আৰক্ষী

গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ মহিলা আৰক্ষী কনিষ্টবলৰ মৃতদেহ, তদন্তত আৰক্ষী

June 22, 2026 8:14 am
হাইটিৰ বিৰুদ্ধে মেচত জয়লাভৰ পিছতে ব্ৰাজিলত এলিয়েনৰ আক্ৰমণ? মাজনিশা এলাৰ্ট, তীব্ৰ আতংক

হাইটিৰ বিৰুদ্ধে মেচত জয়লাভৰ পিছতে ব্ৰাজিলত এলিয়েনৰ আক্ৰমণ? মাজনিশা এলাৰ্ট, তীব্ৰ আতংক

June 22, 2026 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টা ৰংবং তেৰাঙে লিখিব নতুন উপন্যাস “ককাদেউতাৰ চাংঘৰ”

“ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টা ৰংবং তেৰাঙে লিখিব নতুন উপন্যাস “ককাদেউতাৰ চাংঘৰ”

June 22, 2026 9:53 am
ছৌদি আৰৱক ৪-০ গ’ল, বিশ্বকাপত প্ৰথম জয় স্পেইনৰ; ইয়ামাল নমাৰ পিছতেই বিধ্বংসী স্পেনিছ আৰ্মাডা

ছৌদি আৰৱক ৪-০ গ’ল, বিশ্বকাপত প্ৰথম জয় স্পেইনৰ; ইয়ামাল নমাৰ পিছতেই বিধ্বংসী স্পেনিছ আৰ্মাডা

June 22, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd