• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংসদ হৈ থকাৰ নৈতিক অধিকাৰ হেৰুৱাইছে ৰাজেন গোঁহায়ে : মন্তব্য বিভিন্ন দল-সংগঠনৰ

মিণ্টু দাস by মিণ্টু দাস
November 22, 2018 9:38 am
Rajen-Gohian-570x320-1

কেন্দ্রীয় মন্ত্ৰী ৰাজেন গোঁহাই। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে উত্থাপিত যৌন কেলেংকাৰিৰ অভিযোগৰ প্ৰসংগত সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন। আদালতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীক যৌন কেলেংকাৰিৰ গোচৰত প্ৰাৰম্ভিক পৰ্যায়ত লোৱা সিদ্ধান্তক আদৰণি জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে।

কৃষক মুক্তিৰ নগাঁও জিলা সমিতিৰ সম্পাদক জীতেন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আমি আদালতক ধন্যবাদ জনাইছো। কিয়নো প্ৰশাসনে যদিও কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইক ক্লিনশ্বিট দিব বিচাৰিছিল কিন্তু মহামান্য আদালতে পুনৰ গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা কাৰ্যক আমি ধন্যবাদ জনাইছো।

Apply Now

‘এইজন ব্যক্তি নগাঁৱৰ দৰে এটা সন্মানীয় সমষ্টিৰ সাংসদ হোৱাত আমি লাজ পাইছো। তেওঁক প্ৰকৃততে বিজেপিয়ে ত্যাগ কৰিব লাগে, মন্ত্ৰিত্বৰ পৰা অপসাৰিত কৰিব লাগে। যদি নকৰি তেওঁক পুনৰ লোক সভা নিৰ্বাচনত প্ৰাৰ্থিত্ব দিয়ে তেন্তে ৰাইজে তেওঁক প্ৰত্যাখান কৰিব। কাৰণ নগাঁৱৰ দৰে সন্মানীয় লোক সভা সমষ্টিৰ সাংসদ হোৱাৰ তেওঁৰ নৈতিক অধিকাৰ নাই’। এইদৰে কয় সম্পাদকগৰাকীয়ে।

আনহাতে এই প্ৰসংগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই কয় যে প্ৰশাসনে কেন্দ্ৰীয় মন্ত্ৰীজনক বচাবলৈ চেষ্টা কৰিছিল যদিও আদালতে পুনৰ গোচৰ চলোৱাত আমি আদৰণি জনাইছো। মহামান্য ন্যায়ালয়ে সাক্ষীসকলকো সুৰক্ষা প্ৰদান কৰিব লাগে যাতে কোনেও তেওঁলোকক ভীতিগ্ৰস্ত কৰিব নোৱাৰে।

উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰীজনৰ বিৰুদ্ধে দেউৰীগাঁৱৰ এগৰাকী ভুক্তভোগী মহিলাই দিয়া এজাহাৰৰ ভিত্তিত যোৱা ২ আগষ্টত নগাঁও সদৰ আৰক্ষী থানাত ২৫৯২/২০১৮ নম্বৰত আৰু ৪১৭/৩৭৬/৫০৬ ধাৰাত গোচৰটো পঞ্জীভূক্ত হৈছিল।

ইয়াৰ পিছতে নগাঁও আৰক্ষীয়ে মহিলাগৰাকীৰ জৱানবন্দী ফৌজদাৰী বিধিৰ অধীনত লিপিবদ্ধ কৰিলেও তেওঁৰ স্বাস্থ্য পৰীক্ষা নকৰাৰ অভিযোগ উঠিছিল। অৱশেষত কালি আদালতে গোচৰটো চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি অহা বছৰৰ ৮ জানুৱাৰীত গোঁহাইক আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে।

তাৎপৰ্যপূৰ্ণ যে, গোচৰটোৰ প্ৰসংগত আৰক্ষীয়ে গ্ৰহণ কৰা ভূমিকাক লৈও বিভিন্ন দল-সংগঠনে সন্দেহ কৰিছে। আৰক্ষীয়ে গোঁহাইক সোধা-পোচা কৰাটো দূৰৈৰ কথা অভিযোগকাৰীৰ গোচৰ প্ৰত্যাহাৰৰ প্ৰসংগতহে ব্যস্ত হৈ পৰিছিল।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd