• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শান্তি আলোচনা অগ্ৰাহ্য মেগেনৰ, গণভোটৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2019 10:59 pm
rajkumar-meghen-Meghen refuses talks, insists on plebiscite

ৰাজকুমাৰ মেগেন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ সৈতে আলোচনা আৰম্ভ কৰিবলৈ চৰকাৰী প্ৰতিনিধিয়ে দিয়া প্ৰস্তাৱ পুনৰ অগ্ৰাহ্য কৰিছে ইউ এন এল এফৰ ‘অবৈতনিক অধ্যক্ষ’ ৰাজকুমাৰ মেগেন ওৰফে চানায়াইমাই।

তেওঁৰ সৈতে ঘনিষ্ঠ এক সূত্ৰই নৰ্থ ইষ্ট নাও-ক জনায় যে তেওঁৰ দলটোক মেজলৈ আনিলে “তেওঁৰ কাৰাৱাস  সন্দৰ্ভত কিবা এটা” কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল চৰকাৰী প্ৰতিনিধিসকলে।

Apply Now

যি নহ’লেও, ২০১০ চনৰে পৰা জে’লত থকা বিদ্ৰোহী নেতাজনে ২০২০ত তেওঁৰ ১০ বছৰীয়া কাৰাৱাস সম্পূৰ্ণ কৰিব।

“চানায়াইমাই নিৰৱচ্ছিন্নভাৱে আলোচনাৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰি আহিছে। মণিপুৰত গণভোটৰ দাবী এৰি নিদিবলৈ তেওঁ অটল,” জে’লৰ পৰাই মণিপুৰৰ আটাইতকৈ শক্তিশালী বিচ্ছিন্নতাবাদী গোটটোক নিয়ন্ত্ৰণ কৰি অহা বিদ্ৰোহী নেতাজনৰ ঘনিষ্ঠ এক সূত্ৰত প্ৰকাশ।

তেওঁক কোন চৰকাৰী প্ৰতিনিধি (ৰাজ্য চৰকাৰ বা কেন্দ্ৰৰ)এ কেতিয়া জে’লত লগ কৰিলে সেয়া স্পষ্ট নহয়।

কিন্তু মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে মণিপুৰৰ বহু বিদ্ৰোহী গোটকে মেজলৈ আহি শান্তিপূৰ্ণ সমাধান বিচাৰিবলৈ শেহতীয়া মাহকেইটাত যৎপৰোনাস্তি আহ্বান জনাইছে।

মণিপুৰলৈ স্থায়ী শান্তি ঘূৰাই অনাৰ বাবে আলোচনা আৰম্ভ কৰিবলৈ বিদ্ৰোহীসকল আগবাঢ়ি আহিলে মিজোৰামৰ কংগ্ৰেছ মুখ্য মন্ত্ৰী লালথানৱালাই ১৯৮৬ত কৰাৰ দৰে শাসনৰ পৰা আঁতৰি দিয়াৰ প্ৰস্তাৱো আনকি তেওঁ আগবঢ়াইছে।

ভাৰতীয় সংস্থাসমূহে তেওঁক বিহাৰৰ ম’তিহাৰিৰ পৰা ২০১০ চনৰ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰা দেখুৱাইছে যদিও, বাংলাদেশত চানায়াইমাক ২০১০ৰ ছেপ্তেম্বৰত গ্ৰেপ্তাৰ কৰাৰ পৰাই তেওঁ বন্দী হৈ আছে।

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই তেওঁৰ যাৱজ্জীৱন কাৰাদণ্ডৰ আহ্বান জনাইছিল যদিও তেওঁক ২০১৬ চনত ১০ বছৰৰ কঠোৰ কাৰাদণ্ড বিহা হয়।

একেটা গোচৰতে আন ১৭গৰাকী ইউ এন এল এফ বিদ্ৰোহীকো সাতৰ পৰা দহ বছৰৰ কাৰাদণ্ড বিহা হৈছিল।

ৰায়দানৰ শুনানিত ধৈৰ্য্য নেহেৰুৱাই আৰ কে মেগেনে ফিদেল কেস্ত্ৰ’ৰ উদ্ধৃতিৰে তেওঁৰ যুঁজৰ ন্যায্যতা প্ৰতিপন্ন কৰিবৰ চেষ্টা কৰিছিল।

“মই ভাৰতৰ পৰা পৃথক হ’বলৈ নহয়, বৃটিশ্ব আৰু তাৰ পিছত ভাৰতে কাঢ়ি অহা মণিপুৰৰ স্বাধীনতা পুনৰুদ্ধাৰৰ বাবেহে যুঁজিছো,” আদালতৰ বাহিৰত অপেক্ষাৰত সাংবাদিকক তেওঁ কৈছিল।

মেগেনকে ধৰি আন অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০ বি, ১২১, ১২১ এ’ আৰু ১২২ ধাৰাৰ অধীনত এন আই এ’ই ২০১০চ০নত গোচৰটো ৰুজু কৰিছিল।

বিদ্ৰোহী গোটটোৰ কাৰণে অস্ত্ৰ গোটোৱাৰ অৰ্থে ২০০৯চনত চীনত কেইবাখনো বৈঠকত বহাৰ অভিযোগেৰে এন আই এ’ই মেগেন আৰু আন ইউ এন এল এফ নেতাসকলৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল।

মেগেন প্ৰত্যক্ষ উত্তৰসূৰী বৃটিশ্বৰ বিৰুদ্ধে যুঁজা প্ৰবাদপ্ৰতিম মণিপুৰী বীৰ টিকেন্দ্ৰজিতৰ যাক বৃটিশ্বে ফাঁচিকাঠত ওলোমাইছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

July 17, 2026 10:59 am
এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am
আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

July 17, 2026 10:59 am
এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd