• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বতাহত যুদ্ধৰ গোন্ধ! পেহেলগাম আক্ৰমণৰ পিছত সেনা বাহিনীৰ মুৰব্বীৰ সৈতে বৈঠকত ৰাজনাথ সিং

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 23, 2025 4:22 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেহেলগাম আক্ৰমণত পাকিস্তানৰ সমৰ্থনৰ বিষয়টো ক্ৰমান্বয়ে ঘণীভূত হৈ পৰাৰ লগে লগে বতাহত যুদ্ধৰ গোন্ধ ভাহি ফুৰিছে! বুধবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চীফ অফ ডিফেঞ্চ ষ্টাফ আৰু তিনিগৰাকী সেনা প্ৰধানৰ সৈতে বৈঠকত মিলিত হয়।

জানিব পৰা মতে, এই বৈঠকত জম্মু-কাশ্মীৰৰ নিৰীহ পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয়। সাম্প্ৰতিক পৰিস্থিতিত পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী প্ৰশিক্ষণ শিবিৰসমূহত প্ৰতিশোধমূলক চাৰ্জিকেল ষ্ট্ৰাইক হ’ব পাৰে নেকি?

Apply Now

মঙলবাৰে সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত ৰক্তাক্ত হৈ পৰে জম্মু-কাশ্মীৰ। ভূস্বৰ্গ হিচাপে পৰিগণিত হোৱা পেহেলগামত ২৮ জন পৰ্যটকক হত্যা কৰে সন্ত্ৰাসবাদীয়ে। কালিৰ আক্ৰমণৰ আটাইতকৈ ডাঙৰ আঘাত পৰিছে কাশ্মীৰৰ অৰ্থনীতিৰ চালিকা শক্তি পৰ্যটন উদ্যোগৰ ওপৰত।

মঙলবাৰে নিশাই পেহেলগামকে ধৰি উপত্যকাৰ বিভিন্ন স্থানত স্থানীয় ৰাইজে প্ৰতিবাদী সমদল উলিয়ায়। পাকিস্তান সমৰ্থিত উগ্ৰপন্থী সংগঠন লস্কৰ-ই-তৈবাৰ ‘ছায়া সংগঠন’ টিআৰএফে কালি এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে।

বুধবাৰে পুৱা গৃহমন্ত্ৰী অমিত শ্বাহে মৃতকৰ পৰিয়ালক সাক্ষাৎ কৰে। মৃতকক শ্ৰদ্ধা জনায়। ইয়াৰ পিছত এক্সে হেণ্ডেলত হুংকাৰ দিয়ে, “ভাৰতে সন্ত্ৰাসবাদৰ ওচৰত আত্মসমৰ্পণ নকৰে। এই নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ দোষীক ৰেহাই দিয়া নহ’ব।” সন্ত্ৰাসবাদীক উপযুক্ত উত্তৰ দিয়া হ’ব বুলি সকীয়াই দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও।

বুধবাৰে পুৱা পেহেলগাম আৰু কাশ্মীৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে প্ৰতিৰক্ষা মন্ত্ৰীক অৱগত কৰে চীফ অফ ডিফেঞ্চ ষ্টাফ অনিল চৌহানে। তেওঁৰ লগত স্থলসেনা, বায়ুসেনা আৰু নৌসেনাৰ মুৰব্বীসকলো আছিল। উল্লেখ্য যে পেহেলগাম নৰসংহাৰত নৌসেনাৰ এজন বিষয়াৰো মৃত্যু হৈছিল।

সমগ্ৰ দেশতে বৰ্তমান শোকৰ পৰিৱেশৰ মাজতে প্ৰতিশোধৰ জুই জ্বলি আছে। এনে পৰিস্থিতিত প্ৰথমে সন্ত্ৰাসবাদীৰ সন্ধানৰ বাবে সমগ্ৰ উপত্যকাটোত নিৰাপত্তা বহুগুণে বৃদ্ধি কৰা হৈছে। আৰম্ভ হৈছে কম্বিং অপৰাৰেচন। সেনা-আৰক্ষীৰ যৌথ অভিযান। ইয়াৰ সমান্তৰালকৈ নিয়ন্ত্ৰণ ৰেখাত নিৰাপত্তা বৃদ্ধি কৰাৰ লগতে কঠোৰ নিৰীক্ষণ আৰম্ভ কৰা হৈছে।

এনে পৰিস্থিতিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে সেনাধ্যক্ষৰ বৈঠক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। চাৰ্জিকেল ষ্ট্ৰাইকৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

September 22, 2026 11:05 am
উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

September 22, 2026 10:09 am
১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

September 22, 2026 9:23 am
নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ বৰ্জন! ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ টেলিভিছন চেনেলসমূহৰ অভূতপূৰ্ব স্থিতি

নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ বৰ্জন! ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ টেলিভিছন চেনেলসমূহৰ অভূতপূৰ্ব স্থিতি

September 22, 2026 9:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

September 22, 2026 11:05 am
উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

September 22, 2026 10:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd