• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Raju Srivastava: মুখত হাঁহি বিৰিঙাবলৈ আইচিইউত ব্যস্ত চিকিৎসক! কেনে আছে ৰাজু শ্ৰীবাস্তৱ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2022 1:21 pm
ৰাজু শ্রীবাস্তৱ। ফাইল ফটো।

ৰাজু শ্রীবাস্তৱ। ফাইল ফটো।

186
VIEWS
Share on FacebookShare on Twitter

Raju Srivastava’s health condition is still critical কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱ হৃদৰোগত আক্ৰান্ত হাস্পাতালত চিকিৎসাধীন হৈ আছে। বুধবাৰে জিমত ব্যায়াম কৰি থকাৰ মাজতে হঠাতে তেওঁৰ বুকুৰ বিষ আৰম্ভ হৈছিল। তেওঁক ততাতৈয়াকৈ দিল্লীৰ এইমছলৈ লৈ যোৱা হয় আৰু তেওঁ বৰ্তমান তাতেই চিকিৎসাধীন হৈ আছে।

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি ৰাজুৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিছে। এঞ্জিওপ্লাষ্টিৰ পিছত তেওঁক ভেন্টিলেশ্যনত ৰখা হৈছে।

ৰাজুৰ কন্যা অন্তৰা শ্ৰীবাস্তৱে সংবাদ মাধ্যমৰ আগত কয়, “মোৰ দেউতাই কামৰ বাবে দিল্লীকে ধৰি দেশৰ বিভিন্ন চহৰলৈ যাব লাগে। কিন্তু ইয়াৰ মাজতো তেওঁ প্ৰতিদিনে জিমলৈ গৈ শৰীৰ চৰ্চা কৰে। শৰীৰ চৰ্চা তেওঁ এদিনো বাদ নিদিয়ে। তেওঁ সম্পূৰ্ণৰূপে স্বাস্থ্যৱান আছিল। হৃদযন্ত্ৰৰ কোনো সমস্যা নাছিল।‘’

লগতে পঢ়ক: Allu Arjun: দৈনিক ১০ কোটি টকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে আল্লু অৰ্জুনে; কাৰণটো কি জানেনে?

জানিব পৰা মতে ৰাজু শ্ৰীবাস্তৱৰ অৱস্থা যথেষ্ট সংকটজনক আছিল। তেওঁৰ মগজুটোৱেও হেনো কাম কৰা নাই।

তেওঁৰ কন্যা অন্তৰাই কয়, “মোৰ দেউতাৰ স্বাস্থ্যৰ অৱস্থা উন্নতও হোৱা নাই বা অৱনতিও ঘটা নাই। চিকিৎসকসকলে যৎপৰোনাস্তি চেষ্টা কৰি আছে। আমি আমাৰ দেউতাৰ বাবে প্ৰাৰ্থনা কৰি আছো। মই আশা কৰোঁ তেওঁ সোনকালেই সুস্থ হ’ব। মোৰ মা দেউতাকৰ সৈতে আইচিইউত আছে।‘’

ৰাজু শ্ৰীবাস্তৱ উত্তৰ প্ৰদেশৰ কানপুৰৰ বাসিন্দা। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ইতিমধ্যে ৰাজুৰ পত্নী শিখা শ্ৰীবাস্তৱৰ সৈতে কথা পাতিছে আৰু তেওঁক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে।

লগতে পঢ়ক: Taliban cleric Haqqani killed: কাবুলৰ আত্মঘাতী আক্ৰমণত নিহত তালিবান ধৰ্মগুৰু শ্বেখ ৰহিমুল্লাহ হাক্কানি

ৰাজুৱে ১৯৮০ ৰ দশকৰ শেষৰ ফালে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ আৰম্ভ কৰে। ‘দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ’ত অংশগ্ৰহণ কৰি বিশেষ সফলতা লাভ কৰে। তেওঁৰ মানুহক হাঁহিবলৈ বাধ্য কৰাৰ ক্ষমতা তুলনাহীন। বৰ্তমান তেওঁ উত্তৰ প্ৰদেশৰ চলচ্চিত্ৰ উন্নয়ন পৰিষদৰ অধ্যক্ষ।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd