DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home আন্ত: ৰাষ্ট্ৰীয়

নেপালৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিযুক্ত ৰামচন্দ্ৰ পৌডেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2023 8:40 pm
Nepal Ram Chandra Poudel
120
VIEWS
Share on FacebookShare on Twitter

নেপালী কংগ্ৰেছৰ নেতা ৰামচন্দ্ৰ পৌডেল নেপালৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। নেপালৰ ইতিহাসত এইদৰে তৃতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয় পৌডেল।

নেপালী কংগ্ৰেছ আৰু কমিউনিষ্ট পাৰ্টি অৱ নেপাল(মাৱিষ্ট চেণ্টাৰ)কে ধৰি আঠটা দলৰ মিত্ৰজোঁটৰ উমৈহতীয়া প্ৰাৰ্থী পৌডেলে সংসদৰ ২১৪ গৰাকী সাংসদ আৰু ৩৫২ গৰাকী প্ৰাদেশিক বিধানসভাৰ সদস্যৰ ভোট লাভ কৰে।

উল্লেখ্য যে, নেপালৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মুঠ ভোটাৰৰ সংখ্যা ৮৮২ গৰাকী। ইয়াৰে ৩৩২ গৰাকী ভোটাৰ সংসদৰ সদস্য আৰু সাতখন প্ৰদেশৰ প্ৰাদেশিক বিধানসভাৰ ৫৫০ গৰাকী সদস্যই ভোটদান কৰে।

নেপালৰ নিৰ্বাচন আয়োগৰ মুখপাত্ৰ শলিগ্ৰামে সদৰী কৰা মতে, আজিৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৫১৮ গৰাকী প্ৰাদেশিক বিধানসভাৰ সদস্য আৰু ৩১৩ গৰাকী ফেডাৰেল সংসদৰ সদস্যই ভোটদান কৰে।

স্মৰ্তব্য যে, ২০০৮ চনত দেশখন গণৰাজ্য হোৱাৰ পাছত নেপালত আজি তৃতীয়টো ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হয়। লক্ষণীয়ভাৱে ৰাষ্ট্ৰপতি নিৰ্বাচনক কেন্দ্ৰ কৰি দেশখনৰ শাসকীয় মিত্ৰজোঁট চৰকাৰত ফাঁট মেলা পৰিলক্ষিত হৈছিল।

প্ৰধানমন্ত্ৰী তথা কমিউনিষ্ট পাৰ্টি অৱ নেপাল(মাৱিষ্ট চেণ্টাৰ)ৰ মুৰব্বী পুষ্প কমল দাহাল (প্ৰচণ্ড)- এ কমিউনিষ্ট ইউনিফাইড মাৰ্ক্সবাদী লেনিনবাদী (ইউএমএল) দলৰ প্ৰাৰ্থীক সমৰ্থন কৰাৰ পৰিৱৰ্তে বিৰোধী নেপালী কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰামচন্দ্ৰ পৌডেলক সমৰ্থন কৰাৰ সিদ্ধান্তৰ পিছতে সংকটৰ সন্মুখীন হৈছিল শাসকীয় চৰকাৰ।

প্ৰধানমন্ত্ৰী প্ৰচণ্ডৰ সিদ্ধান্তৰ বিৰোধিতাৰে উপ-প্ৰধানমন্ত্ৰী ৰাজেন্দ্ৰ লিংডেন আৰু আন তিনিগৰাকী মন্ত্ৰীয়ে পদত্যাগ কৰিছিল।

Recent News

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নতুন অভিযোগৰ মধ্যমনি ব্লক ইনকৰ্পোৰেটেডৰ বিত্তীয় মুৰব্বী অমৃতা আহুজা!

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নতুন অভিযোগৰ মধ্যমনি ব্লক ইনকৰ্পোৰেটেডৰ বিত্তীয় মুৰব্বী অমৃতা আহুজা!

উত্তৰ-পূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ

উত্তৰ-পূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ

Rahul Gandhi

সাংসদ পদ হেৰুৱালে ৰাহুল গান্ধীয়ে: লোকসভাৰ সদস্য পদৰ বাবে অযোগ্য ঘোষণা

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd